ETV Bharat / state

কলগাছিয়াত বিঘাই বিঘাই চলিছে নিষিদ্ধ আফিং খেতি

বৰপেটাৰ চৰ-চাপৰিত চলিছে বিঘাই বিঘাই আফিং খেতি ৷ একাংশ লোকে মাটি ঠিকালৈ লৈ ফুল খেতিৰ পৰিবৰ্তে নিচা জাতীয় আফিং খেতি কৰা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত আৰক্ষীৰো নিৰৱ ভুমিকা পৰিলক্ষিত হৈছে ৷

কলগাছিয়াত বিঘাই বিঘাই চলিছে নিষিদ্ধ আফিং খেতি
কলগাছিয়াত বিঘাই বিঘাই চলিছে নিষিদ্ধ আফিং খেতি
author img

By

Published : Feb 4, 2021, 3:09 PM IST

জনীয়া,4 ফেৱ্ৰুৱাৰী : বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰ-চাপৰিত চলিছে বিঘাই বিঘাই আফিং খেতি ৷ একাংশ লোকে মাটি ঠিকালৈ লৈ ফুল খেতিৰ পৰিৱৰ্তে নিচা জাতীয় আফিং খেতি কৰা পৰিলক্ষিত হৈছে । বৰপেটা জিলাৰ কলগাছিয়াৰ জয়পুৰ গাঁৱত বিঘাই বিঘাই কৰা এই আফিঙৰ খেতি কৰাৰ তথ্য লাভ কৰাৰ লগতে আমছুৱে চিনাক্ত কৰিলে এই স্থানত আফিং খেতিসমূহ ৷

ইপিনে এই নিষিদ্ধ আফিং খেতিৰ সৈতে কলগাছিয়া আৰক্ষী জড়িত থকাৰ অভিযোগ উত্থাপিত কৰিছে আমছুৱে ৷

কলগাছিয়াত বিঘাই বিঘাই চলিছে নিষিদ্ধ আফিং খেতি

ৰাজ্যখনত প্ৰতিদিনেই বৃদ্ধি পাইছে নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা ৷ সম্প্ৰতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদ্ধাৰ হৈছে কেৱল নিষিদ্ধ ড্ৰাগছ, ভাং,গাঞ্জা, নিচাজাতীয় কেপচুল আদি ৷ তাৰ মাজতে অসাধু ব্যৱসায়ীয়ে কৰিছে আফিঙৰ খেতি ৷ এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন তুলিছে আমছুৱে ৷ এনে ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে বিহীত ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নায় ৷ শেহতীয়াকৈ জয়পুৰ গাঁৱত বিঘাই বিঘাই কৰা এই আফিঙৰ খেতি অতি শীঘ্ৰেই ধ্বংস কৰি ইয়াৰ লগত জড়িত সকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আমছুৱে ৷

লগতে পঢ়ক: পদ-পথৰ পৰিত্যক্ত অৱস্থাত থকা দেৱালত চিত্ৰ অংকণত ব্যস্ত এদল যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.