ETV Bharat / state

বৰপেটাত বিজেপিয়ে এখনো আসন নাপায়: আব্দুল খালেক

author img

By

Published : Apr 4, 2021, 8:50 PM IST

জনীয়া সমষ্টিৰ কলগাছিয়াত মহাজোঁটৰ অন্তিমটো নিৰ্বাচনী প্ৰচাৰ ৷ ড৹ হাফিজ ৰফিকুল ইছলাম বিধায়ক হ’লে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীত্ব পাব বুলি মন্তব্য আব্দুল খালেকৰ ৷

বৰপেটাত বিজেপিয়ে এটাও আসন নাপায় : আব্দুল খালেক

জনীয়া, 4 এপ্ৰিল: জনীয়া সমষ্টিৰ কলগাছিয়াত মহাজোঁট সমৰ্থিত এআইইউডিএফ দলৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ অন্তিমটো নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ আব্দুল খালেকে উপস্থিত থাকে ৷ ৰাইজক মহাজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় বৰপেটাৰ সাংসদ গৰাকীয়ে ।

এইবাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰাৰ লগতে বৰপেটাত এখনো আসন বিজেপিয়ে লাভ নকৰে বুলি মন্তব্য কৰে সাংসদ আব্দুল খালেকে । ড৹ হাফিজ ৰফিকুল ইছলাম বিধায়ক হ’লে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীত্ব লাভ কৰিব বুলিও ঘোষণা কৰে সাংসদ আব্দুল খালেকে ।

লগতে পঢ়ক : জনীয়াত ৰাইজৰ দলৰ বিশাল বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.