ETV Bharat / state

ডাঃ ভূমিধৰ বৰ্মনৰ বিয়োগত জাকিৰ হুছেইন শিকদাৰৰ শোক

author img

By

Published : Apr 19, 2021, 4:54 PM IST

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰবীণ ৰাজনীতিবিদ ডাঃ ভূমিধৰ বৰ্মনে দিছপুৰ নাৰ্ছিংহোমত শেষ নিশ্বাস ত্যাগ কৰে ৷ তেখেতৰ মৃত্যুত সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে শোক প্ৰকাশ কৰে ।

ডাঃ ভূমিধৰ বৰ্মনৰ বিয়োগত শোকবাৰ্তা জাকিৰ হুছেইন সিকদাৰৰ

বৰপেটা,19 এপ্ৰিল: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰবীণ ৰাজনীতিবিদ ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যুৰ শোকত ম্ৰিয়মান হৈ পৰিছে অজস্ৰ গুণমুগ্ধ । দেওবাৰে সন্ধিয়া দিছপুৰ নাৰ্ছিংহোমত ডাঃ বৰ্মনে শেষ নিশ্বাস ত্যাগ কৰে ৷ তেখেতৰ মৃত্যুত সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে শোক প্ৰকাশ কৰে ৷

ডাঃ ভূমিধৰ বৰ্মনৰ বিয়োগত জাকিৰ হুছেইন শিকদাৰৰ শোক

প্ৰয়াত বৰ্মনৰ আত্মাৰ সদগতি কামনা কৰি বিধায়ক গৰাকীয়ে কয় যে-এনে এজন মহান ব্যক্তিৰ চিৰবিদায়ত অসম আৰু অসমীয়াৰ যথেষ্ট ক্ষতি হ'ল । ৰাজনৈতিক আৰু সামাজিকভাৱে তেখেতে যি অৱদান আগবঢ়াই গৈছে, সেয়া অসমৰ ৰাইজে কেতিয়াও নাপাহৰে ৷

উল্লেখ্য যে, প্ৰয়াত বৰ্মনৰ আদৰ্শৰে অনাগত দিনত কাম কৰি যাবলৈ সকলোকে ভগৱানে যাতে শক্তি দিয়ে তাৰ কামনা কৰে শিকদাৰে ।

লগতে পঢ়ক : ডাঃ ভূমিধৰ বৰ্মনৰ বিয়োগত শোক প্ৰকাশ হাফিজ ৰফিকুল ইছলামৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.