ETV Bharat / state

বৰপেটাৰ সৰ্থেবাৰীত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ

author img

By

Published : Mar 20, 2021, 7:23 AM IST

বৰপেটাৰ সৰ্থেবাৰীত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ ৷ ফ্লাইং স্কোৱাড আৰু SST ৰ অভিযানত জব্দ সুৰাসমুহ ৷

বৰপেটাৰ সৰ্থেবাৰীত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ
বৰপেটাৰ সৰ্থেবাৰীত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ

সৰ্থেবাৰী,20 মাৰ্চঃ ৰাজ্য়ত নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ মাজতে ফ্লাইং স্কোৱাড আৰু এছ এছ টি দলৰ ব্যাপক তৎপৰতা ৷ শুকুৰবাৰে বৰপেটা জিলাৰ সৰ্থেবাৰী আৰু সৰভোগত গোপন তথ্য়ৰ ভিত্তিত অভিযান ৷ সৰ্থেবাৰীৰ মাছ বজাৰত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ ৷ ফ্লাইং স্কোৱাড আৰু এছ এছ টিৰ দলে অভিযান চলাই জব্দ কৰে দেশত প্ৰস্তুত কৰা বিলাতী সুৰা ৷

বৰপেটা জিলাৰ সৰভোগতো জব্দ কৰা হৈছে বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা ৷ ফ্লাইং স্কোৱাড আৰু এছ এছ টিয়ে কামাৰগাঁৱত অভিযান চলাই এই চুলাই আৰু দেশত প্ৰস্তুত কৰা বিলাতী সুৰাৰ বটল সমূহ জব্দ কৰে ৷

লগতে পঢ়কঃ বিহপুৰীয়াত কাৰ ঘৰত চাহৰ জুতি ল'লে মুখ্যমন্ত্ৰী সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.