ETV Bharat / state

সৰভোগৰ বেকী নৈত শিল-বালিৰ অবৈধ ব্যৱসায় - Illegal stone scam at Beki river

বৰপেটাৰোড আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্হ তথা সৰভোগ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত জামাদাৰবড়ী আৰু খুদনাবাৰীৰ শিল বালি মহলৰ পৰা নিতৌ অবৈধ ভাৱে শিলবালি কঢ়িয়াই আছে একাংশ অসাধু লোকে ৷ সৰভোগৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কাষেৰে নিতৌ এই সমূহ ডাম্পাৰ-ট্ৰেক্টৰেৰ চালানবিহীনভাৱে শিলবালি কঢ়িয়াই আহিছে এইসমূহ ডাম্পাৰে ৷

Illegal stone and sand scam at Sarbhog Beki river
সৰভোগৰ বেকী নৈত শিল-বালিৰ অবৈধ ব্যৱসায়
author img

By

Published : Jan 22, 2020, 8:13 AM IST

বৰপেটাৰোড,21 জানুৱাৰীঃ সৰভোগৰ বেকী নৈৰ উন্নেকুৰী ঘাটৰ খুদনাবাৰী আৰু জামাদাৰবড়ীত শিল বালিৰ ব্যাপক অনিয়ম ৷ চৰকাৰক ৰাজহ ফাঁকি দি চালানৰ পৰিৱৰ্তে মহলদাৰৰ শ্লিপ আৰু বিনা চালানেৰে নিতৌ শিলবালি কঢ়িয়াই আহিছে শ শ ডাম্পাৰ-ট্ৰেক্টৰে ৷ এই ক্ষেত্ৰত বন বিভাগৰ বিষয়া কৰ্মচাৰীও চকু মুদা কুলিৰ ভাওত অৱতীৰ্ণ হৈ আছে ৷

সৰভোগৰ বেকী নৈত শিল-বালিৰ অবৈধ ব্যৱসায়

উল্লেখ্য যে,বৰপেটাৰোড আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনষ্ঠ তথা সৰভোগ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত জামাদাৰবড়ী আৰু খুদনাবাৰীৰ শিল বালি মহলৰ পৰা নিতৌ অবৈধ ভাৱে শিলবালি কঢ়িয়াই আছে একাংশ অসাধু লোকে ৷ সৰভোগৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কাষেৰে নিতৌ এই সমূহ ডাম্পাৰ-ট্ৰেক্টৰেৰ চালান বিহীনভাৱে আৰু মহলদাৰৰ শ্লিপেৰে বৰপেটা জিৱাৰ ভিন্ন প্ৰান্তত শিলবালি কঢ়িয়াই একাংশ অসাধু লোকে ধন লুটি আছে ৷ কিন্তু সকলো জানিও বন বিভাগৰ লোকে এই ক্ষেত্ৰত নিৰৱ ভূমিকা অৱলম্বন কৰি আহিছে ৷

লগতে পঢ়ক-তিনি লাখ টকাত বিক্ৰী নিজ সন্তানক

Intro:বৰপেটাৰোড ২১ জানুৱাৰী : সৰভোগৰ বেকী নৈৰ উন্নেকুৰী ঘাটৰ খুদনাবাৰী আৰু জামাদাৰবড়ী শিল বালি মহলত ব্যাপক অনিয়ম ৷ চৰকাৰক ৰাজহ ফাকি দি চালানৰ পৰিৱৰ্তে মহলদাৰৰ শ্লিপ আৰু বিনা চালানেৰে নিতৌ শিলবালি কঢ়িয়াই আছে শ শ ডাম্পাৰ-ট্ৰেক্টৰেৰে।এই ক্ষেত্ৰত বন বিভাগৰ বিষয়া কৰ্মচাৰীও চকু মুদা কুলিৰ ভাওত অৱতীৰ্ণ হৈ আছে ৷Body:বৰপেটাৰোড আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্হ তথা সৰভোগ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত জামাদাৰবড়ী আৰু খুদনাবাৰীৰ শিল বালি মহলৰ পৰা নিতৌ অবৈধ ভাৱে শিলবালি কঢ়িয়াই আছে একাংশ অসাধু লোকে ৷ বন বিভাগৰ কাৰ্যালয়ৰ নিচেই কাষেৰে নিতৌ এইদৰে অসাধু লোকে অবৈধভাৱে শ শ ডাম্পাৰ-ট্ৰেক্টৰেৰে শিলবালি কঢ়িয়াই অবৈধভাৱে ধন লুটি আছে যদিও বন বিভাগৰ লোকে চকু মুদা কুলিৰ ভাওত অৱতীৰ্ণ হৈ আছে । সৰভোগৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কাষেৰে নিতৌ এই সমূহ ডাম্পাৰ-ট্ৰেক্টৰেৰে চালানবিহীনভাৱে আৰু মহলদাৰৰ শ্লিপেৰে কলগাছিয়াকে ধৰি বৰপেটা জিলাৰ ভিন্ন প্ৰান্তত শিলবালি কঢ়িয়াই একাংশ অসাধু লোকে ধন লুটি আছে যদিও বন বিভাগৰ লোকে এই ক্ষেত্ৰত নিৰৱ ভুমিকা অৱলম্বন কৰা দেখা গৈছে ৷ চৰকাৰক লাখ লাখ টকাৰ ৰাজহ ফাকি দি বৰপেটাৰ বন বিভাগৰ ছত্ৰ ছায়াতেই দীৰ্ঘদিন ধৰি এইদৰে অবৈধভাৱে মহলদাৰৰ শ্লিপ আৰু বিনাচালানেৰে শিলবালি কঢ়িয়াই ধন ঘটি আহিছে একাংশ ধুৰন্ধৰ লোকে ৷ এই বাতৰিৰ পাছত বন মন্ত্ৰীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হব ৷
Conclusion:Abdul Khaleque Ahmed
Etv Bharat Assam
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.