ETV Bharat / state

বৰপেটাত বন বিভাগৰ অভিযানত অবৈধ কাঠ ফলা কল উৎখাত - ফাৰ্ণিচাৰৰ দোকান

বন বিভাগ (Forest Department)ৰ চকুত ধূলি দি বৰপেটাৰ ভিতৰুৱা চাপৰি অঞ্চলত একাংশ অসাধু লোকে অবৈধ কাঠফলা কল (Saw Mill) ৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে । অৱশ্যে, বৰপেটা (Barpeta)ৰ খণ্ড বন বিষয়াৰ নেতৃত্বত এনে অবৈধ কাঠ ফলা কলৰ বিৰুদ্ধে বন বিভাগে (Forest Department) বিভিন্ন সময়ত অভিযান অব্যাহত ৰাখিছে ৷

বৰপেটাত অবৈধ কাঠ ফলা কল উৎখাট: অবৈধ ফাৰ্ণিচাৰৰ দোকানতো অভিযান

author img

By

Published : Jun 30, 2021, 7:22 AM IST

বৰপেটা, 30 জুন : বৰপেটাৰ বহৰিত মঙলবাৰে বন বিভাগে (Forest Department) অভিযান চলাই এটা অবৈধ কাঠ ফলা কল (Saw Mill) উৎখাত কৰে ৷ বৰপেটাৰোড বনাঞ্চলিক বিষয়া (Barpetaroad forest officer) গৌতম মহন্তৰ নেতৃত্বত খণ্ড বন বিষয়া বনজিৎ দাস, হেমেন্দ্ৰ পাঠক, বনপালক অচিন্ত দেউৰীয়ে অভিযান চলাই অবৈধ কাঠফলা কলটো উৎখাত কৰে ৷ বন বিভাগ (Forest Department)ৰ দলটোৱে কলটোত ব্যৱহৃত বিভিন্ন সৰঞ্জামৰ লগতে বহু পৰিমাণৰ কাঠো জব্দ কৰে ৷ বন পালক অচিন্ত্য দেউৰীয়ে জনোৱা মতে, বন বিভাগ (Forest Department)ৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি অবৈধভাৱে কাঠফলা কলটো (Saw Mill) চলাই আছিল ৷

বৰপেটাত অবৈধ কাঠ ফলা কল উৎখাট: অবৈধ ফাৰ্ণিচাৰৰ দোকানতো অভিযান

অৱশ্যে বন বিভাগ (Forest Department)ৰ অভিযানৰ পূৰ্বে কল (Saw Mill) টোৰ গৰাকী আৰু কৰ্মচাৰীসকলে পলায়ন কৰে ৷ ইপিনে বহৰি বজাৰৰ এখন অবৈধ ফাৰ্ণিচাৰৰ দোকান (Furniture Shop)ত অভিযান চলাই দোকানখনত মজুত থকা অবৈধ কাঠ আৰু কিছুসংখ্যক আচবাব জব্দ কৰে বন বিভাগৰ দলটোৱে ৷ বন বিভাগে (Forest Department) আগন্তুক সময়তো অবৈধ কাঠ ফলা কল (Saw Mill) ৰ বিৰুদ্ধে এনে অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, বৰপেটা (Barpeta)ৰ পালহাজী গাঁৱতো কিছুদিন পূৰ্বে বন বিভাগে অভিযান চলাই দুটাকৈ অবৈধ কাঠফলা কল (Saw Mill) উৎখাত কৰিছিল ৷

বৰপেটাৰোড বনাঞ্চলিক বিষয়াৰ নিৰ্দেশমৰ্মে বৰপেটা খণ্ড বন বিভাগে অভিযান চলাই অবৈধ কাঠ ফলা কল দুটা উৎখাত কৰে ৷ বন বিভাগ (Forest Department)ৰ দলটোৱে কলটোত ব্যৱহৃত বিভিন্ন সা-সৰঞ্জামৰ লগতে বৃহৎ পৰিমানৰ কাঠো জব্দ কৰিবলৈ সক্ষম হয় ৷ বন বিভাগ (Forest Department)ৰ চকুত ধূলি দি বৰপেটা (Barpeta)ৰ ভিতৰুৱা চাপৰি অঞ্চলত একাংশ অসাধু লোকে অবৈধ কাঠফলা কল (Saw Mill) ৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে । অৱশ্যে, বৰপেটা (Barpeta)ৰ খণ্ড বন বিষয়াৰ নেতৃত্বত এনে অবৈধ কাঠ ফলা কলৰ বিৰুদ্ধে বন বিভাগে (Forest Department) অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : নগাৰ বেদখলৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.