ETV Bharat / state

ৰাজ্যজুৰি ঈদৰ ব্যাপক প্ৰস্তুতি - জনীয়া

সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো চলিছে পবিত্ৰ ঈদৰ ব্যাপক প্ৰস্তুতি৷ এমাহ ৰোজা ৰখাৰ অন্তত ত্যাগ আৰু ঐক্য-সংহতিৰ চানেকী বহন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে বুধবাৰে পালন কৰিব পৱিত্ৰ ঈদ-উল-ফিতৰ ৷

ৰাজ্যজুৰি ঈদৰ ব্যাপক প্ৰস্তুতি
author img

By

Published : Jun 4, 2019, 5:04 PM IST

জনীয়া, 4 জুনঃ পৱিত্ৰ ৰমজানৰ অন্তিম সূৰ্যাস্তৰ পাছতেই ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিব পবিত্ৰ ঈদ-উল-ফিতৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখা গৈছে ঈদৰ ব্যাপক প্ৰস্তুতি ৷ অন্যান্য অঞ্চলৰ দৰে বৰপেটা জিলাৰ পশ্চিমাঞ্চলত ঈদক কেন্দ্ৰ কৰি চলিছে ব্যাপক প্ৰস্তুতি ৷ ঈদৰ প্ৰাকক্ষণত সজাই তোলা হৈছে কলগাছিয়া ঈদগাহ ময়দান ৷

ৰাজ্যজুৰি ঈদৰ ব্যাপক প্ৰস্তুতি

বিভিন্ন সামগ্ৰী কিনিবলৈ হাট-বজাৰৰ লগতে কাপোৰৰ দোকানসমূহতো দেখা গৈছে ব্যাপক ভিৰ । কলগাছিয়া ঈদগাহ ময়দানত বুধবাৰে পুৱা 9:30 বজাত ঈদ-উল-ফিতৰৰ নামাজ আদায় কৰা হ'ব বুলি জানিবলৈ দিছে ৷

Intro:slug: as_jania_4jun_eid_ul_fitar_preparation_spl_story_vis5+byt4_asc10058

জনীয়া, ০৪ জুন: সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো চলিছে পবিত্ৰ ঈদৰ ব্যপক প্ৰস্তুতি৷ এমাহ ৰোজা ৰখাৰ অন্তত ত্যাগ আৰু ঐক্য-সংহতিৰ চানেকী বহন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে কালি পালন কৰিব পৱিত্ৰ উৎসৱ ঈদ-উল-ফিৎৰ।Body:slug: as_jania_4jun_eid_ul_fitar_preparation_spl_story_vis5+byt4_asc10058

জনীয়া, ০৪ জুন: সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো চলিছে পবিত্ৰ ঈদৰ ব্যপক প্ৰস্তুতি৷ এমাহ ৰোজা ৰখাৰ অন্তত ত্যাগ আৰু ঐক্য-সংহতিৰ চানেকী বহন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে কালি পালন কৰিব পৱিত্ৰ উৎসৱ ঈদ-উল-ফিৎৰ।

আজি পৱিত্ৰ ৰমজানৰ অন্তিম সূৰ্যাস্তৰ সামৰণি পৰাৰ অন্তত পৰম্পৰা অনুসৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে বেছ উলহ-মালহেৰে উদযাপন কৰিব পবিত্ৰ ঈদ-উল-ফিৎৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখা গৈছে ঈদৰ ব্যাপক প্ৰস্তুতি৷ আন আন ঠাইৰ দৰে বৰপেটা জিলাৰ পশ্চিমাঞ্চলত এই উৎসৱক কেন্দ্ৰ কৰি চলিছে ব্যাপক প্ৰস্তুতি৷ পৰম্পৰা অনুসৰি ঈদৰ দিনা ঈদগাহ ময়দানবোৰতো ধৰ্মীয় আচাৰ-নীতিৰে পৱিত্ৰ ঈদ-উল-ফিৎৰৰ দুই ৰাকাত ৱাজিব নামাজ আদায় কৰিব৷ তাৰ বাবে কলগাছিয়া ঈদগাহ ময়দান সজাই তোলা হৈ আছে। ইয়াৰ বাবে ইছলাম ধৰ্মালম্বী লোক সকলৰ মাজত দেখা গৈছে ব্যাপক উচাহ। বিভিন্ন সামগ্ৰী কিনিবলৈ হাট-বজাৰৰ লগতে কাপোৰৰ দোকান সমূহতো দেখা গৈছে ব্যাপক ভিৰ। কালি কলগাছিয়া ঈদগাহ মৈদানত ৰাতিপুৱা 9:30 বজাত ঈদ-উল-ফিৎৰৰ নামাজ আদায় কৰা হব বুলি ঈদগাহ কমিটিয়ে জানিবলৈ দিছে।

বাইট: ঈদগাহ কমিটি আৰু মুছলিম ধৰ্মালম্বী লোকৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।Conclusion:slug: as_jania_4jun_eid_ul_fitar_preparation_spl_story_vis5+byt4_asc10058

বাইট: ঈদগাহ কমিটি আৰু মুছলিম ধৰ্মালম্বী লোকৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.