ETV Bharat / state

বন্যাৰ্তক সাহাৰ্য বিতৰণ ‘নাবিক’ আৰু ‘কাচা’ৰ - baihata

বৰপেটা আৰু বাইহাটা চাৰিআলিটো চাৰ্ছচ অক্সিলিয়াৰী ফৰ ছচিয়েল একচন চমুকৈ 'কাচা'ৰ আৰু " নাবিক " নামৰ ছেস্বাসেৱী অনুষ্ঠান দুটাই বানাক্ৰান্ত লোক সকলৰ মাজত বিতৰণ কৰে সাহায্য ৷

বন্যাৰ্তক সাহাৰ্য বিতৰণ,নাবিকৰ আৰু কাচাৰৰ
author img

By

Published : Aug 11, 2019, 5:56 PM IST

বৰপেটা, বাইহাটা, 11 আগষ্টঃ বৰপেটা আৰু বাইহাটা চাৰিআলিত দেওবাৰে বেচৰকাৰী সংস্থা চমুকৈ'কাচা' আৰু 'নাবিক'এ আগবঢ়ালে বান সাহায্য ৷ প্ৰায় তিনি হাজাৰ বানাক্ৰান্ত লোকক আগবঢ়ালে সাহায্য ৷
সমগ্ৰ ৰাজ্যখনতেই ভয়ংকৰ বানত বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷ হাজাৰ-হাজাৰ কৃষিভূমি,ঘৰ-দুৱাৰৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি সাধন হয় ৷ চৰকাৰ তথা বিভিন্ন দল সংগঠনে বানাক্ৰান্ত লোক সকলৰ মাজত বিতৰণ কৰিছে বান সাহায্য ৷ ঠিক একেদৰে বৰপেটা আৰু বাইহাটা চাৰিআলিটো চাৰ্ছচ অক্সিলিয়াৰী ফৰ ছচিয়েল একচন চমুকৈ 'কাচা'ৰ আৰু " নাবিক " নামৰ ছেস্বাসেবী অনুষ্ঠানটিয়ে ক্ৰমে বৰপেটা আৰি বাইহাটা চাৰিআলিৰ বন্যাৰ্তৰ মাজত বিতৰণ কৰে নিত্য প্ৰয়োজনীয় সামগ্ৰী । সংগঠন দুটাই প্ৰায় তিনি হাজাৰ লোকক প্ৰদান কৰে বান সাহায্য ৷ সংগঠন দুটাৰ এই পদক্ষেপক ধন্যবাদৰ লগতে প্ৰশংসা জনাইছে বানাক্ৰান্ত লোক সকলে ৷

Intro:slug: as_jania_11aug_flood_relief_programme_vis2+byt3+pho1_story_asc10058

Anchor: চাৰ্ছচ অক্সিলিয়াৰী ফৰ ছচিয়েল একচন চমুকৈ 'কাচা'ৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত এন জি অ জনীয়াস্থিত আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগত তিনি হাজাৰ লোকলৈ বান সাহাৰ্য্য বিতৰণ।Body:slug: as_jania_11aug_flood_relief_programme_vis2+byt3+pho1_story_asc10058

VO-1: আন্তৰাষ্ট্ৰীয় সেচ্ছা সেৱী সংগঠন চাৰ্ছচ অক্সিলিয়াৰি ফৰ ছচিয়েল একচন "CASA"ৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এই বেলিও জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদ (এন জি অ)ৰ কাৰ্যালয়ত মন্দিয়া আৰু ৰুপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৪ শ বানপীড়িতক সাহাৰ্য্য বিতৰণ কৰা হয়। হিতাধিকাৰী সকলক উন্নত মানৰ ১৫ কিলোগ্ৰাম চাউল, এখন ত্ৰিপাল, এখন পাটি, মচুৰ দালি ১.৫ কিলোগ্ৰাম নিমখ ১ পেকেট, হালধি গুড়ি ২০০ গ্ৰাম, জলকীয়া গুড়ি ২৫০ গ্ৰাম, চয়াবিন ১ কিলোগ্ৰাম, মিঠাতেল তেল ১ লিটাৰ আদি সাহাৰ্য্য হিচাপে প্ৰদান কৰা হয়। তদুলক্ষে শনিবাৰে জনীয়াস্হিত আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদত বান সাহাৰ্য্য বিতৰণ আৰু বানৰ সময়ত হ'বলগীয়া সতৰ্কতা সম্পৰ্কে অনুষ্ঠিত হোৱা সভাত আদৰণি ভাষণ প্ৰদান কৰে জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিকে। সভাত কাচা'ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক লিচু মেৰুৰ লগতে ভালেসংখ্যক গণ্য মান্য ব্যাক্তি উপস্থিত থাকে। উল্লেখ্য যে দেওবাৰে গোমাফুলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৬ শ বান পীড়িতক সাহাৰ্য প্ৰদান কৰা হ'ব বুলি জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদে জনাইছে।Conclusion:slug: as_jania_11aug_flood_relief_programme_vis2+byt3+pho1_story_asc10058

Byte: জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক, কাচাৰ সমন্বয়ক আৰু সাহাৰ্য্য প্ৰাপ্ত হিতাধিকাৰী।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.