ETV Bharat / state

বানাক্ৰান্তৰ কাষত বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম

author img

By

Published : Jun 28, 2020, 9:31 PM IST

জনিয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে দেওবাৰে বানাক্ৰান্তৰ মাজত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ বিধায়ক গৰাকীয়ে বানাক্ৰান্তই সন্মুখীন হোৱা সকলো অসুবিধা শীঘ্ৰে দুূৰ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷

Flood effected area visited by mla of jania barpeta assam etv bharat news
জনিয়াৰ বিধায়কৰ বান পৰিস্থিতি পৰিদৰ্শন

জনিয়া,28 জুন: সমগ্ৰ অসমতে বিভীষিকাৰ সৃষ্টি কৰিছে বানে । বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চুনপুৰা প্ৰাথমিক বিদ্যালয়ৰ অস্থায়ী শিবিৰত বানৰ প্ৰকোপত ক্ষতিগ্ৰস্ত হোৱা শতাধিক পৰিয়ালে বৰ্তমান আশ্ৰয় গ্ৰহণ কৰা দেখা গৈছে । দেওবাৰে এই আশ্ৰয় শিবিৰত উপস্থিত হৈ জনিয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে বানাক্ৰান্তৰ মনৰ বুজ লয় ৷ বিধায়ক গৰাকীয়ে এই সন্দৰ্ভত বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু জিলা উপায়ুক্তৰ লগত আলোচনা কৰি শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৰাইজক ।

জনিয়াৰ বিধায়কৰ বান পৰিস্থিতি পৰিদৰ্শন

লগতে চাওকঃ প্ৰধানমন্ত্ৰীৰ "মন কি বাত"ত এখন ভিতৰুৱা গাঁৱৰ প্ৰসংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.