ETV Bharat / state

বিপদ সীমাৰ ওপৰেৰে বৈছে বেকী নৈ

বিগত দুদিন ধৰি হৈ থকা নেৰা নেৰানেপেৰা বৰষুণৰ ফলত ভূটানৰ পৰা নামি অহা পানীয়ে বৰপেটা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বেঁকী নদীৰ বাঢ়নী পানীয়ে পুনৰ দ্বিতীয়বাৰৰ বাবে ২০ খনৰো অধিক গাওঁ প্লাৱিত কৰে

বিপদ সীমাৰ ওপৰেৰে বৈছে বেকী নৈ
author img

By

Published : Jul 24, 2019, 2:33 PM IST

জনীয়া,২৪ জুলাই: বেকী নৈত বিপদ সীমাৰ ওপৰেৰে বৈছে পানী। কলগাছিয়াৰ সুতিৰপাথাৰ আৰু খাৰবাল্লী বৰ্ণাত্যৰ মাজত হাহাকাৰ। বিগত দুদিন ধৰি হৈ থকা নেৰা নেৰানেপেৰা বৰষুণৰ ফলত ভূটানৰ পৰা নামি অহা পানীয়ে বৰপেটা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বেঁকী নদীৰ বাঢ়নী পানীয়ে পুনৰ দ্বিতীয়বাৰৰ বাবে ২০ খনৰো অধিক গাওঁ প্লাৱিত কৰে। যাৰ ফলত বৰডাঙ্গা,গুইলেজা,মিনিশিমলা,মোৱামাৰী,বেচিমাৰী,লাচাংগা, কাচুকাটি,কাউৰঝাহী,বলাইপথাৰ,খাৰবাল্লি,ডাউকমাৰী,সুতিৰপাথাৰ,আমগুৰি আৰু উদমাৰী গাঁৱৰ বৰ্ণাত্যৰ অৱস্থা শোচনীয় হৈ পৰিছে।

বিপদ সীমাৰ ওপৰেৰে বৈছে বেকী নৈ

উল্লেখ্য যে,প্ৰথমটো বানৰ পানী কমাত বৰ্ণাত্যই শিবিৰ এৰি ঘৰলৈ যাবলৈ আৰম্ভ কৰিছিল যদিও কালি ৰাতিৰ পৰা বেঁকী নৈৰ বুকু উফন্দি উঠি মানুহৰ ঘৰ-দুৱাৰত এক আঁঠু পানী সোমোৱাত পুনৰ আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে বৰ্ণাত্যই। কিন্তু বান-শিবিৰ সমূহত নাই বান সাহায্য,নাই পশুধনৰ খাদ্য,নাই চিকিৎসা,নাই বিশুদ্ধ খোৱাপানী। যাৰ বাবে আকৌ বৃহত্তৰ কলগাছিয়া অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

Intro:slug: as_jania_24jul_dangerous_beki_flood_vis3+byt2_spl_story_asc10058

জনীয়া, ২৪ জুলাই: বেকী নৈত বিপদ সীমাৰ ওপৰেৰে বৈছে পানী। কলগাছিয়াৰ সুতিৰপাথাৰ আৰু খাৰবাল্লী বৰ্ণাত্যৰ মাজত হাহাকাৰ।Body:slug: as_jania_24jul_dangerous_beki_flood_vis3+byt2_spl_story_asc10058

যোৱা দুইদিন ধৰি হৈ থকা নেৰা নেৰানেপেৰা বৰষুণৰ ফলত ভুটানৰ পৰা নামি অহা পানীয়ে বৰপেটা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বেঁকী নদীৰ বাঢ়নী পানীয়ে পুনৰ দ্বিতীয়বাৰৰ বাবে ২০ খনৰো অধিক গাওঁ প্লাৱিত কৰিছে। ইয়াৰে বৰডাঙ্গা, গুইলেজা, মিনিশিমলা, মোৱামাৰী, বেচিমাৰী, লাচাংগা, কাচুকাটি, কাউৰঝাহী, বলাইপথাৰ, খাৰবাল্লি, ডাউকমাৰী, সুতিৰপাথাৰ, আমগুৰি আৰু উদমাৰী গাঁওৰ বৰ্ণাত্যৰ অৱস্থা শোচনীয় হৈ পৰিছে। প্ৰথমটো বানৰ পানী কমাত বৰ্ণাত্যই শিবিৰ এৰি ঘৰলৈ যাবলৈ আৰম্ভ কৰিছিল যদিও কালি ৰাতিৰ পৰা বেঁকী নৈৰ বুকু উফন্দি উঠি মানুহৰ ঘৰ-দুৱাৰত এক আঁঠু পানী সোমোৱাত পুনৰ আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিব ধৰিছে বৰ্ণাত্য। কিন্তু বান-শিবিৰ সমূহত নাই বান সাহায্য, নাই পশুধনৰ খাদ্য, নাই চিকিৎসা, নাই বিশুদ্ধ খোৱাপানী। যাৰ বাবে আকৌ বৃহত্তৰ কলগাছিয়া অঞ্চলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।Conclusion:slug: as_jania_24jul_dangerous_beki_flood_vis3+byt2_spl_story_asc10058

বাইট: বানাক্ৰান্ত ৰাইজৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.