ETV Bharat / state

বানৰ তাণ্ডৱত ত্ৰস্তমান জনীয়াৰ জনজীৱন

জনীয়াত হাজাৰ হাজাৰ লোক জলবন্দী । বানৰ ৰুদ্ৰৰূপ ধাৰণ ।

বানৰ তাণ্ডৱত ত্ৰস্ত জনিয়াৰ জনজীৱন
author img

By

Published : Jul 18, 2019, 2:06 PM IST

জনীয়া, 17 জুলাইঃ ভয়াৱহ বানৰ কৱলত পৰিছে বৰপেটা জিলাৰ কলগাছিয়া অঞ্চল ৷ কলগাছিয়া-মইনবড়ী পোন্ধৰ কিলোমিটাৰ গড়কাপ্তানী পথ পানীৰ তলত বুৰ গৈছে ৷ বানত ক্ষতিগ্ৰস্ত হৈছে 84 খনকৈ গাঁৱৰ ৰাইজ ৷ বেঁকী আৰু ব্ৰহ্মপুত্ৰ নদীৰ বিধ্বংসী বানপানীৰ ফলত বৰভিটা, বনঘুগি, কান্দুলীয়া, গাৰালীপাম, ৰামপুৰ, চান্দমামা, মইনবড়ী আদি গাঁৱৰ বাসিন্দা সকল বানৰ কৱলত পৰিছে । কাৰ্যত এতিয়া তাত গড়কাপ্তানী পথবোৰ হৈ পৰিছে ক্ৰমে জলপথ কিম্বা পুখুৰী ৷

Intro:slug: as_jania_17jul_flood_on_pwd_road_vis1+byt2_spl_pkg_story_asc10058

জনীয়া, ১৭ জুলাই: জনীয়াত হাজাৰ হাজাৰ লোক জলবন্দী। বানপানীৰ ৰুদ্ৰামূৰ্তি ধাৰণ।Body:slug: as_jania_17jul_flood_on_pwd_road_vis1+byt2_spl_pkg_story_asc10058

কলগাছিয়াৰ পৰা মইনবড়ী লৈ যোৱা পোন্ধৰ কিলোমিটাৰ গড়কাপ্তানী পথ পানীৰ তলত। বানপানীত ককবকাইছে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৮৪ খন গাঁওৰ ৰাইজে। প্লাৱিত হৈছে ন-ন অঞ্চল। গড়কাপ্তানী পথেৰে চলিছে নাও, কলগছৰ ভেল আদি। গড়কাপ্তানী পথত ৰাইজে মাৰিছে মাছ। কলগাছিয়াৰ পৰা মইনবড়ী লৈ যোৱা পোন্ধৰ কিলোমিটাৰ গড়কাপ্তানী পথত এককালকৈ বানপানী হোৱাৰ ফলত বৰভিটা, বনঘুগি, কান্দুলীয়া, গাৰালীপাম, ৰামপুৰ, চান্দমামা, মইনবড়ী আদি গাঁৱৰ বাসিন্দা সকল বানৰ কৱলত পৰিছে। বেঁকী আৰু ব্ৰহ্মপুত্ৰ নদীৰ বিধ্বংসী বানপানীয়ে প্লাৱিত কৰিছে এই অঞ্চল সমূহ।Conclusion:slug: as_jania_17jul_flood_on_pwd_road_vis1+byt2_spl_pkg_story_asc10058

বাইট : বানাক্ৰান্ত ৰাইজৰ মন্তব্য

স্বফিকুল হাছান, জনীয়া।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.