বৰপেটা, 27 এপ্ৰিলঃ কলগাছিয়াত ভয়াৱহ অগ্নিকাণ্ড ৷ বৰপেটাৰ কলগাছিয়াত শনিবাৰে আবেলি সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। ছানোৱাৰ হুছেইন নামৰ এজন গাড়ীৰ শ্ৰমিকৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত এটা গৃহ ভস্মীভূত হোৱাৰ লগতে আন তিনিটা গৃহ ভস্মীভূত হোৱাৰ পৰা ৰক্ষা পৰে। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও অগ্নিকাণ্ডত প্ৰায় আঢ়ৈ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় বুলি মন্তব্য কৰে ভুক্তভোগীয়ে । আনহাতে, ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰাৰ পাচতহে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাত ক্ষোভ উজাৰে উপস্থিত ৰাইজে।
কলগাছিয়াত ভয়াৱহ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সা সম্পত্তি ধংস - assam news
বৰপেটাৰ কলগাছিয়াত শনিবাৰে আবেলি সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড । ছানোৱাৰ হুছেইন নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত এটা গৃহ ভস্মীভূত হোৱাৰ লগতে আন তিনিটা গৃহ ভস্মীভূত হোৱাৰ পৰা ৰক্ষা পৰে