ETV Bharat / state

সৰ্থেবাৰী ৰাজহ চক্ৰৰ 5টাকৈ স্থানত কোৱাৰেইণ্টাইন চেণ্টাৰ স্থাপন

সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, কুকাৰপাৰ হাইস্কুল, মাজদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাপুজী মহাবিদ্যালয়, সৰ্থেবাৰীৰ ছোৱালী হোষ্টেলত স্থাপন কৰা হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ ৷ এয়ে লৈ স্থাপন হ'বলগীয়া কোৱাৰেণ্টাইন চেণ্টাৰসমূহৰ ঠাইসসমূহ আজি পৰ্যবেক্ষণ কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱীয়ে ৷

author img

By

Published : May 22, 2020, 1:53 PM IST

Establishment of Quarantine Centers at 5 places of Sarthebari
সৰ্থেবাৰী ৰাজহ চক্ৰৰ 5টাকৈ স্থানত কোৱাৰেইণ্টাইন চেণ্টাৰ স্থাপন

বৰপেটা, 22মে': কৰ'ণা মহামাৰীৰ আতংকৰ বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ ঘূৰি অহা লোকসকলক কোৱাৰেণ্টাইনত ৰাখিবৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰা হৈছে বহুকেইটা কেন্দ্ৰ ৷ বৰপেটা জিলাতো বহিঃৰাজ্যৰ পৰা উভতি অহাসকলক ৰাখিবৰ বাবে সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত 5টাকৈ কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে জিলা প্ৰশাসনে ৷

সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, কুকাৰপাৰ হাইস্কুল, মাজদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাপুজী মহাবিদ্যালয়, সৰ্থেবাৰীৰ ছোৱালী হোষ্টেলত স্থাপন কৰা হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ ৷ স্থাপন হ'বলগীয়া কোৱাৰেণ্টাইন চেণ্টাৰৰ ঠাইসসমূহ আজি পৰ্যবেক্ষণ কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱীয়ে ৷

অহা 4দিনৰ ভিতৰত কোৱাৰেণ্টাইন চেণ্টাৰসমূহ সম্পূৰ্ণৰূপে সাজু হৈ উঠিব বুলি সাংবাদিকক অৱগত কৰে চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱীয়ে ৷ ইয়াৰ লগতে জিলা প্ৰশাসনৰ ফালৰ পৰা 2500 জনকৈ লোকক ৰাখিবৰ বাবে কোৱাৰেণ্টাইন চেণ্টাৰসমূহ সাজু কৰিবলৈ দিয়া বুলি জনায় বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷

লগতে পঢ়কঃবিমানৰ মূল্য নিয়ন্ত্ৰণত ৰাখিবলৈ বিমান পথ ৭ টা ভাগত বিভক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.