ETV Bharat / state

এইবাৰ ইলেকট্ৰিক মটৰ চুৰ কৰি গ্ৰেপ্তাৰ হ'ল দুই যুৱক

author img

By

Published : Jul 5, 2019, 8:41 PM IST

বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই আটক কৰে ইলেকট্ৰিক মটৰ চোৰ দুটাক

এইবাৰ মটৰ চুৰ কৰি গ্ৰেপ্তাৰ হ'ল দুই যুৱক

বৰপেটাৰোড,৫ জুলাইঃ বৃহস্পতিবাৰে নিশা বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুটা ইলেকট্ৰিক মটৰ চোৰ ৷ আটক কৰা চোৰ দুজন হৈছে বৰপেটাৰোডৰ সমীপৰ সাতভনীৰ টুপৰ ৰাজু আহমেদ আৰু ছাদ্দাম হুছেইন ৷ বৃহস্পতিবাৰে নিশা চোৰ দুটাই চুৰি কৰা মটৰ লৈ আহি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় চোৰ দুটাক ৷ শুকুৰবাৰে বৰপেটা আদালতত দুয়োটা চোৰক চমজাই দিয়াত আদালতে ইতিমধ্যে চোৰদুটাক প্ৰেৰণ কৰে জেল হাজোতলৈ।

etv_bharat_assam

Intro:বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই দুজন ইলেকট্ৰিক মটৰ চোৰক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটক কৰা চোৰ দুজন হৈছে- বৰপেটাৰোডৰ সমীপৰ সাতভনীৰটুপৰ ৰাজু আহমেদ আৰু ছাদ্দাম হুছেইন ৷
চোৰ দুজনে চুৰি কৰা মটৰলৈ আহি থাকোতো আৰক্ষীয়ে যোৱা কালি নিশা আটক কৰিবলৈ সক্ষম হয় ৷শুক্ৰবাৰে বৰপেটা আদলতত দুয়োটা চোৰক চমজাই দিয়াত আদালতে চোৰদ্বয়ক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷Body:বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই দুজন ইলেকট্ৰিক মটৰ চোৰক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটক কৰা চোৰ দুজন হৈছে- বৰপেটাৰোডৰ সমীপৰ সাতভনীৰটুপৰ ৰাজু আহমেদ আৰু ছাদ্দাম হুছেইন ৷
চোৰ দুজনে চুৰি কৰা মটৰলৈ আহি থাকোতো আৰক্ষীয়ে যোৱা কালি নিশা আটক কৰিবলৈ সক্ষম হয় ৷শুক্ৰবাৰে বৰপেটা আদলতত দুয়োটা চোৰক চমজাই দিয়াত আদালতে চোৰদ্বয়ক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷Conclusion:Abdul Khaleque Ahmed
Etv Bharat Assam
Barpeta road
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.