ETV Bharat / state

জনীয়াত আৰম্ভ হৈছে উপনিৰ্বাচনৰ কুচকাৱাজ

author img

By

Published : Oct 7, 2019, 7:52 PM IST

জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত ৷ কলগাছিয়াত বিজেপি আৰু এ আই ইউ ডি এফৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন ৷

জনীয়াত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন

বৰপেটা, 7 অক্টোবৰঃ কলগাছিয়াত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন ৷ জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত বিজেপি দলৰ ৷ নিৰ্বাচনী প্ৰচাৰ চলাই থকা বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে জনীয়া সমষ্টিৰ মানুহে পৰিবৰ্তন বিচাৰিছে, উন্নয়নৰ স্বাৰ্থত ৰাইজে বিজেপিক ভোট দিব বুলি বিশ্বাস প্ৰাৰ্থীগৰাকীৰ ৷ বিজেপি প্ৰাৰ্থী গৰাকীয়ে জনীয়া সমষ্টিৰ পৰা জয়ী হ'লে পূৰ্বে ঘোষণা কৰা মৰ্মে কলগাছিয়াৰ মহকুমা কলগাছিয়াতেই স্থাপন, জনীয়া সমষ্টিত মিনি ষ্টেডিয়াম আৰু কলগছীয়াত এখন ৰঙ্গমঞ্চ নিৰ্মাণ কৰিব বুলিও আশ্বাস দিয়ে ৷ লগতে তেওঁ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনায় ৷

জনীয়াত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন বিজেপিৰ

ইফালে, জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফেও কলগাছিয়াত মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে ৷ এ আই ইউ ডি এফৰ প্ৰক্ষেপিত প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামে নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ আৰু বিজেপিক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ বিজেপিৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানক কটাক্ষ কৰি কয় যে, তেওঁ ভ্ৰাম্যমাণ মঞ্চৰ মানুহ আৰু তেওঁক জনীয়াৰ সাধাৰণ ভোটাৰ ৰাইজে চিনি নাপায় সেয়ে জনীয়াত তেওঁ কাৰণে কোনো ফেক্টৰ নহয় ৷

জনীয়াত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন এ আই ইউ ডি এফৰ

Intro:slug: as_jania_7oct_bjp_office_inauguration_vis2+byt2+pho1_story_asc10058

Anchor: কলগাছিয়াত বি জে পি নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন। দলৰ প্ৰাৰ্থী সকলৰ লগতে প্ৰচাৰ তীব্ৰতৰ কৰিছে বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানেও।Body:slug: as_jania_7oct_bjp_office_inauguration_vis2+byt2+pho1_story_asc10058

VO: সময় বাগৰাৰ লগে লগে আকৰ্ষণীয় হৈ উঠিব ধৰিছে জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ যুঁজখন। নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাত কাৰত বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানে কয় যে, জনীয়া সমষ্টিৰ মানুহে পৰিবৰ্তন বিচাৰিছে। উন্নয়নৰ স্বাৰ্থত ৰাইজে ভোট দিব, বিজেপি জিকিব আৰু জিকাৰ পৰিবেশ হ'বলৈ গৈ আছে। তৌফিকুৰ ৰহমান জনীয়া সমষ্টিত জিকিলে কলগাছিয়াত পূৰ্বে ঘোষণা কৰা মৰ্মে কলগাছিয়াৰ মহকুমা কলগাছিয়াতেই স্থাপন হ'ব, জনীয়া সমষ্টিত মিনি ষ্টেডিয়াম আৰু তৌফিকুৰ ৰহমান যিহেতু ভ্ৰাম্যমাণ মঞ্চৰ মানুহ সেই হেতুকে কলগছীয়াত এটা ৰঙ্গমঞ্চ নিৰ্মাণ কৰিব বুলিও কয়। নদীৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ আৰু জনীয়া সমষ্টিৰ উন্নয়নে তৌফিকুৰ ৰহমানৰ ওচৰত অগ্ৰাধিকাৰ পাব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।Conclusion:slug: as_jania_7oct_bjp_office_inauguration_vis2+byt2+pho1_story_asc10058

Byte: বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমান, মুক্তাৰ খনৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.