ETV Bharat / state

জনীয়াত তীব্ৰতৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Oct 7, 2019, 1:02 PM IST

Updated : Oct 7, 2019, 1:08 PM IST

জনীয়া বিধানসভা সমষ্টিত 21 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে নেচনেল পিপুলচ পাৰ্টিৰ মনোনীত প্ৰাৰ্থী চান মামুদে । দলীয় কৰ্মী-সমৰ্থকক লগত লৈ এক শতাধিক বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে চান মামুদে ৷

চান মামুদৰ নিৰ্বাচনী প্ৰচাৰ

জনীয়া, 7 অক্টোবৰ : জনীয়া বিধানসভা সমষ্টিত 21 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে বিভিন্ন দলৰ প্ৰাৰ্থীসকলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ ৰাইজৰ মন জয় কৰাৰ লক্ষ্যৰে বিভিন্ন কৌশলেৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে দলসমূহে ৷ এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই নেচনেল পিপুলচ পাৰ্টিৰ মনোনীত প্ৰাৰ্থী চান মামুদ ।

দলীয় কৰ্মী-সমৰ্থকক লগত লৈ এক শতাধিক বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে চান মামুদে ৷ মামুদৰ নিৰ্বাচনী প্ৰচাৰত সংগ দিছে পাৰ্টিৰ ৰাজ্যিক সম্পাদক আবুল হুছেইনে । দলীয় কৰ্মী-সমৰ্থকসকলক লগত লৈ ৰাইজৰ ঘৰে ঘৰে গৈ ভোট বিচাৰিলে চান মামুদে ৷

নেচনেল পিপুলচ পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰ

Intro:slug: as_jania_7oct_npp_candidate_campaign_vis3+byt2+pho1_story_asc10058Body:slug: as_jania_7oct_npp_candidate_campaign_vis3+byt2+pho1_story_asc10058

Anchor-Intro: জনীয়া বিধানসভা সমষ্টিত আগন্তুক ২১ অক্টোবৰত হ'বলগীয়া উপ-নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে বিভিন্ন দলৰ প্ৰাৰ্থী সকলে ৰকম ৰকম কৌশলী কায়দাৰে ৰাইজৰ মন জয়ী কৰাৰ চেষ্টা আৰম্ভ কৰিছে। ইয়াৰ পৰা পিছ পৰি থকা নাই নেচনেল পিপুলচ পাৰ্টি চমুকৈ এন চি পি পি দলৰ মনোনীত প্ৰাৰ্থী চান মামুদে। তেওঁ দলীয় কৰ্মী-সমৰ্থক লগত লৈ এক শতাধিক বাইকেৰে ৰেলি কৰি নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলা পৰিলক্ষিত হৈছে। চানমামুদৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত সংগ দিছে পাৰ্টিৰ ৰাজ্যিক সম্পাদক আবুল হুছেইনে। চানমামুদে দলীয় কৰ্মী সমৰ্থক সকলক লৈ ৰাইজৰ ঘৰে ঘৰে গৈ ভোট বিচৰা পৰিলক্ষিত হৈছে।Conclusion:slug: as_jania_7oct_npp_candidate_campaign_vis3+byt2+pho1_story_asc10058

Bye: চান মামুদ আৰু এন পি পি কেন্দ্ৰীয় সম্পাদক আবুল হুছেইন।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
Last Updated : Oct 7, 2019, 1:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.