ETV Bharat / state

চৌদি আৰৱৰ পবিত্ৰ মক্কাত ঈদৰ নামাজ আদায় - চৌদি আৰৱ

শুকুৰবাৰে পবিত্ৰ মক্কাত নামাজ আদায়ৰ পাছতে শনিবাৰে অসমত ঈদ-উল-আজহাৰ নামাজ অনুষ্ঠিত হ'ব। পবিত্ৰ মক্কাৰ পৰা অসমবাসীলৈ ঈদ-উল-জুহাৰ শুভেচ্ছা জ্ঞাপন কৰে আল আমিনা ট্যুৰচ এণ্ড ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ মুখ্য সচিব মনিৰ উদ্দিনে ।

Saudi Arabia
চৌদি আৰৱ
author img

By

Published : Jul 31, 2020, 5:37 PM IST

জনীয়া, 31 জুলাই : আজি ঈদ-উল-আজহাৰৰ নামাজ আদায় পৰিলক্ষিত হ'ল চৌদি আৰৱৰ পবিত্ৰ মক্কাত । দেশখনত পূৱাৰ ভাগত মছজিদে মছজিদে সকলোৱে সামাজিক দূৰত্ব ৰক্ষা কৰি ঈদৰ নামাজ আদায় কৰে । প্ৰবাসী অসমীয়া আল আমিনা ট্যুৰচ এণ্ড ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ মুখ্য সচিব মনিৰ উদ্দিনে এই নামাজাত ভাগ লয় ৷ লগতে অসমৰ লগতে সমগ্ৰ দেশতে শান্তি সম্প্ৰীতি অটুট ৰখাৰ আৰু সমগ্ৰ বিশ্বৰ পৰা কৰ'ণাক নিঃশেষ কৰিবলৈ আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰে ।

চৌদি আৰৱৰ পবিত্ৰ মক্কাত ঈদৰ নামাজ আদায়

লগতে পঢ়কঃ পুঠিমাৰী নৈৰ বানত পুনৰ জলমগ্ন ৰঙিয়া

আনহাতে, শুকুৰবাৰে পবিত্ৰ মক্কাত নামাজ আদায়ৰ পাছতে শনিবাৰে অসমত ঈদ-উল-আজহাৰ নামাজ অনুষ্ঠিত হ'ব। পবিত্ৰ মক্কাৰ পৰা অসমবাসীলৈ ঈদ-উল-জুহাৰ শুভেচ্ছা জ্ঞাপন কৰে আল আমিনা ট্যুৰচ এণ্ড ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ মুখ্য সচিব মনিৰ উদ্দিনে । সকলোকে চৰকাৰে ঘোষণা কৰা লক ডাউন মানি সামাজিক দূৰত্ব ৰক্ষা কৰি ঈদ-উল-জুহাৰ নামাজ আদায় কৰাৰ বাবে আহ্বান কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.