ETV Bharat / state

ঠেলা চালকৰ সন্তানৰ চমকপ্ৰদ সাফল্য় - ভালাগুৰি হাইস্কুল

বজালীৰ অতি দৰিদ্ৰ ঠেলা চালক নজৰ আলিৰ পুত্ৰ চাইনুদ্দিনে ভালাগুৰি হাইস্কুলৰ পৰা 91.3% নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে

ঠেলা চালকৰ সন্তানৰ চমকপ্ৰদ সফলতা
author img

By

Published : May 15, 2019, 6:43 PM IST

বজালী ১৫ মে': সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে কেইবাজনো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে ৷ বজালীৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত মেছপাৰা গাঁওখনৰ কৃতি ছাত্ৰ চাইনুদ্দিনে লাভ কৰিছে এক বিশেষ সফলতা ৷ ঠেলা চলাই জীৱন নিৰ্বাহ কৰা নজৰ আলিৰ পুত্ৰ চাইনুদ্দিনে ভালাগুৰি হাইস্কুলৰ পৰা 91.3% নম্বৰ লাভ কৰি এক চমকপ্ৰদ সফলতা দেখুৱাবলৈ সক্ষম হৈছে ৷

ঠেলা চালকৰ সন্তানৰ চমকপ্ৰদ সফলতা

চাইনুদ্দিনৰ এই সফলতাৰ বাবে বিদ্যালয়খনত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশ ৷ দুপৰি চাইনুদ্দিনৰ এই সফলতাত শুভেচ্ছা জনাবলৈ ছাত্ৰগৰাকীৰ বাসগৃহত ভিৰ কৰিছেহি গাঁওবাসীয়ে ৷

Intro:Pathsala poor student

ঠেলা চালক ৰ সন্তানৰ চমকপ্ৰদ সাফল্য ll

দৰিদ্ৰ পৰিয়াল শুভেচ্ছা দিবলৈ এখন পিছপৰা ভিতৰুৱা গাওঁত উত্সৱ মুখৰ পৰিবেশBody:Pathsala poor student

বজালী ১৫মে: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেবাজনো ছাত্ৰ ছাত্ৰী এ স্হান লাভ কৰি শিৰোনাম দখল কৰিছে ঠিকে ই, কিন্তু এনে কিছু শিক্ষাৰ্থী ও অাছে যি এ দৰিদ্ৰতা অাৰু অতি অনগ্ৰসৰ অঞ্চলৰ পৰা ও যি ফলাফল লাভ কৰিছে সেয়া হৈছে বৃহৎ সাফল্য l
বজালী ৰ ভৱানীপূৰ সমস্তিৰ অন্তৰ্গত মেছপাৰা নামৰ নদী কাষৰীয়া ভিতৰুৱা গাওঁ খনৰ কৃতি ছাত্ৰ চাইনুদ্যিন l অতি দৰিদ্ৰ পৰিয়ালৰ তথা ঠেলা চলাই জীৱন নিৰ্বাহ কৰা নজৰ আলি ৰ পুত্ৰ চাইনুদ্যিন এ পজাঘৰত থাকিয়েই ভালাগুৰি হাইস্কুলৰ পৰা 91.3% নম্বৰ লাভ কৰি চমকপ্ৰদ সাফল্য বুটলিবলৈ সক্ষম হৈছে l যি পৰিবেশ ৰ পৰা sainuddin আহিছে সেই পৰিৱেশ দেখিলে সকলোৱে আচৰিত হব l স্বাভাৱিকতে ই চাইনুদ্যিন ৰ এনে সফলতাৰ বাবে বিদ্যালয় খনত এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি হৈছে l তদুপৰি চাইনুদ্যিন ৰ জুপুৰি ঘৰত অাজি পৰিয়াল টোক সম্ভাষণ জনাবলৈ গাওবাসী এ ভীৰ কৰিছে অাৰু সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিবেশ l
কৃতি ছাত্ৰ চাইনুদ্যিন ৰ পজাঘৰৰ চোতাল অাৰু বিদ্যালয় চৌহদৰ পৰা আমাৰ এক প্ৰতিবেদন lConclusion:বাইট- ছাত্ৰ
বাইট- মাক-দেউতাক
বাইট- শিক্ষক
ভিডিঅ-২
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.