জনীয়া, 18 জুন : কলগাছিয়া চাৰিআলিত বৃহস্পতিবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কলগছিয়া CITU সংগঠনৰ সদস্যসকলে ৷ দৰাচলতে বাঘজান অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিয়া,মৃত পৰিয়ালক ক্ষতিপূৰণ দিয়া,বাঘজান অগ্নিকাণ্ডৰ বিচাৰ কৰাৰ লগতে তৈলখাদ ব্যক্তিগতকৰণ কৰা বন্ধ কৰাৰ দাবীত CITU ৰ উদ্যোগত কলগাছিয়া চাৰিআলিত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কলগছিয়া CITU সদস্যসকলে । আগন্তুক তিনিদিনৰ ভিতৰত সংগঠনটোৰ দাবী নামানিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ সদস্যসকলে ৷
প্ৰসংগ বাঘজান কাণ্ডঃ কলগছিয়াত CITUৰ ধৰ্ণা - কলগাছিয়া চাৰিআলি
বাঘজান অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিয়া,মৃত পৰিয়ালক ক্ষতিপূৰণ দিয়া,বাঘজান অগ্নিকাণ্ডৰ বিচাৰৰ লগতে তৈলখাদ ব্যক্তিগতকৰণ কৰা বন্ধ কৰাৰ দাবীত CITUৰ উদ্যোগত কলগাছিয়া চাৰিআলিত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কলগছিয়া CITU সদস্যসকলে ।

বাঘজান কাণ্ডৰ বিৰুদ্ধে CITU ৰ ধৰ্ণা কাৰ্যসূচী

কলগছিয়া
কলগছিয়া