ETV Bharat / state

বেঁকী নৈৰ সংহাৰী ৰূপ,সৰ্বস্বান্ত কৃষক

বেঁকী নৈৰ সংহাৰী ৰূপত বিধ্বস্ত পাচলিৰ খেতি । ব্যাপক লোকচানৰ সন্মুখীন হোৱাত মূৰে- কপালে হাত দিব লগা হৈছে জনীয়াৰ পাচলি খেতিয়কসকলে

author img

By

Published : Jul 29, 2019, 5:44 PM IST

বেঁকী নৈৰ সংহাৰী ৰূপ, সৰ্বস্বান্ত কৃষক

জনীয়া,২৯ জুলাইঃ ৰাজ্যৰ অন্যতম সেউজ শাক পাচলিৰ ভঁৰাল ৰূপে পৰিচিত বৰপেটা জিলাৰ কলগাছিয়া অঞ্চলৰ বহু পাচলি খেতি বেঁকী নৈৰ সংহাৰী বানত নষ্ট হৈ গৈছে । শেষতীয়াকৈ জিলাখনৰ কৃষিপ্ৰধান গাওঁ সমূহৰ কৃষকে অশেষ কষ্টৰে গাঠিৰ ধন ভাঙি সেউজীয়া কৰি তুলিছিল খেতি পথাৰ ।

বেঁকী নৈৰ সংহাৰী ৰূপ, সৰ্বস্বান্ত কৃষক

কলগাছিয়াৰ আমগুৰি,বালাৰপাথাৰ,উদমাৰীৰ পাচলি খেতিয়কে কৰা কেৰেলা,বেঙেনা,বিলাহী,কোমোৰা,পানী লাও,ভোল, জিকা,জলকীয়া আদি খেতি বানপানীয়ে প্লাৱিত কৰাত পচি গৈছে গছ তথা পাচলিসমূহ । যাৰ ফলত মূল্যবান পাচলি খেতি পচি নষ্ট হোৱাত লাখ লাখ টকা লোকচানৰ সন্মুখীন হৈ সৰ্বস্বান্ত হৈ পৰিছে কৃষক সকল। এই সকলক যদি চৰকাৰৰ ফালৰ পৰা অনুদান দিয়া নহয় তেন্তে বিপদত পৰিব তেওঁলোক ৷

Intro:slug: as_jania_29jul_destroyed_vegetables_vis3+but+ph1_spl_pkg_story_asc10058

জনীয়া, ২৯ জুলাই: বেঁকী নৈৰ সংহাৰী বানত বিধ্বস্ত পাচলিৰ খেতি। ব্যাপক লোকচানৰ সন্মুখীন হোৱাত মূৰে- কপালে হাত দিব লগা হৈছে পাচলি খেতিয়কে।Body:slug: as_jania_29jul_destroyed_vegetables_vis3+but+ph1_spl_pkg_story_asc10058

ৰাজ্যৰ অন্যতম সেউজ শাক পাচলিৰ ভৰাল ৰুপে পৰিচিত বৰপেটা জিলাৰ কলগাছিয়া অঞ্চলৰ বহু পাচলি খেতি বেঁকী নৈৰ সংহাৰী বানত নষ্ট হৈ গৈছে। শেষতীয়া জিলাখনৰ কৃষিপ্ৰধান গাওঁ সমূহৰ কৃষকে অশেষ কষ্টৰে গাঠিৰ ধন ভাঙি পথাৰ সেউজীয়া কৰি তুলিছিল নানা ধৰনৰ পাচলি খেতিৰে। খেতি-বাতিৰে পৰিয়াল পোহপাল দিয়া তথা সৰ্বস্বান্ত হোৱা কলগাছিয়াৰ আমগুৰি, বালাৰপাথাৰ, উদমাৰীৰ পাচলি খেতিয়কে কৰা কেৰেলা, বেঙেনা, বিলাহী, কোমোৰা, পানী লাও, ভোল, জিকা, জলকীয়া আদি আদি খেতি বানপানীয়ে প্লাৱিত কৰাত পচি গৈছে গছ ও পাচলি। যাৰ ফলত মূল্যবান পাচলি খেতি পচি নষ্ট হোৱাত লাখ লাখ টকা লোকচানৰ সন্মুখীন হৈ সৰ্বস্বান্ত হৈ পৰিছে কৃষক সকল। সৰ্বস্বান্ত হোৱা এই সকলক যদি চৰকাৰৰ ফালৰ পৰা অনুদান দিয়া নহয় তেন্তে আত্মহত্যা বা বিদেশত গৈ কাম কৰাৰ বাদে কোনো পথ নাথাকিব বুলি মন্তব্য কৰে কৃষকে।Conclusion:slug: as_jania_29jul_destroyed_vegetables_vis3+but+ph1_spl_pkg_story_asc10058

মন্তব্য: পাচলি খেতিয়কৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.