ETV Bharat / state

বৰপেটাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ - barpeta suspected murder

বুধবাৰে ৰহস্যজনক অৱস্থাত চীপ লৈ থকা অৱস্থাত বৰপেটাৰ খান্দাৰপাৰত উদ্ধাৰ এগৰাকী ব্যক্তিৰ মৃতদেহ ৷ ব্যক্তি গৰাকীৰ ঘৰৰ পাছফালে উদ্ধাৰ হয় মৃতহেদ ৷ উদ্ধাৰ হোৱা মৃতদেহটো পৰিকল্পিতভীৱে কোনো লোকে হত্যা কৰি ওলমাই থোৱাৰ সন্দেহ গাঁওবাসীৰ ৷

বৰপেটা
বৰপেটাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ
author img

By

Published : Feb 12, 2020, 4:50 PM IST

বৰপেটা, ১২ ফেব্ৰুৱাৰীঃ বৰপেটাৰ খান্দাৰপাৰত ৰহস্যজনক অৱস্থাত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ ৷ মৃত ব্যক্তিগৰাকী নাম বৰ্কত আলী ৷ হাউলীৰ সমীপৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত খান্দাৰপাৰ গাঁৱত ঘৰৰ পিছফালে গছত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় মৃহদেহটো ৷ উদ্ধাৰ হোৱা মৃতদেহটো গাঁওবাসীয়ে প্ৰত্যক্ষ কৰি এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে ৷

বৰপেটাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ

উল্লেখ্য যে,মঙলবাৰে নিশা বেতবাৰী গাঁৱৰ এটা অনুষ্ঠানলৈ গৈছিল লোকজন ৷ তাৰ পাচতে বুধবাৰে নিজ ঘৰৰ পাছফালে গছত চীপ লৈ থকা অৱস্থাত মৃতহেদটো উদ্ধাৰ হোৱাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে ৷ আনহাতে,উদ্ধাৰ হোৱা মৃতদেহটো গছত চীপলৈ থকা অৱস্থাত ভৰিদুখন মাটি চুই থকা কথাক লৈ ৰহস্যৰ সৃষ্টি হয় ৷ পূৰ্বতে শহুৰেকৰ পৰিয়ালৰ লোকে লোকজনক শাৰিৰীক মানসিক অত্যাচাৰ চলোৱা বুলি গাঁৱৰ একাংশ লোকে অভিযোগ উত্থাপন কৰে ৷

আৰু পঢ়কঃ- পুনৰ বৃদ্ধি হ’ল ৰাজ্যসাহায্য বিহীন চিলিণ্ডাৰৰ দাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.