ETV Bharat / state

28 বছৰ পাচত ভোটাধিকাৰ সাব্যস্ত কৰিলে আচমা খাতুনে

author img

By

Published : Apr 7, 2021, 6:20 PM IST

Updated : Apr 7, 2021, 7:44 PM IST

সুদীৰ্ঘ ২৮ বছৰ পাচত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে আচমা খাতুন নামৰ এগৰাকী মহিলাই । জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সালেকুৰা এল পি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে আচমা খাতুনে ।

28 বছৰৰ পাচত ভোটাধিকাৰ সাব্যস্ত কৰিলে আচমা খতুনে

জনীয়া, 7 এপ্ৰিল : সুদীৰ্ঘ ২৮ বছৰ পাচত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে আচমা খাতুন নামৰ এগৰাকী মহিলাই । জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সালেকুৰা এল পি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে আচমা খাতুনে ।

সালেকুৰা গাঁৱৰ মাজম খানৰ পত্নী আচমা খাতুনৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হোৱাৰ পাচতে ডি ভোটাৰ হৈ পৰে । ফলত ২৮ টা বছৰেই ভোটদানৰ পৰা বঞ্চিত হৈ আছিল মহিলা গৰাকী ।

বিগত বছৰ কেইটাত আইনী যুঁজত যুঁজি যুঁজি অৱশেষত ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণিত হয় মহিলাগৰাকী । সেই হিচাপে আচমাই প্ৰথমবাৰৰ বাবে তৃতীয় পৰ্যায় ভোটগ্ৰহণত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আনন্দিত হৈ পৰে ।

লগতে পঢ়ক: কিছু দিনৰ পৰা স্তব্ধ হৈ আছে মৈৰাবাৰী পাঞ্জাৱ নেচনেল বেংকৰ কাম

Last Updated : Apr 7, 2021, 7:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.