ETV Bharat / state

কণ্টেইনমেণ্ট জ'ন ঘোষণা দক্ষিণ বৰপেটা বিদ্যামন্দিৰ হাইস্কুলক - বৰপেটা বিদ্যামন্দিৰ হাইস্কুল

দক্ষিণ বৰপেটা বিদ্যামন্দিৰ হাইস্কুলত এগৰাকী শিক্ষয়িত্ৰী কোৰোনাত আক্ৰান্ত হোৱাৰ পিচতেই কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে প্ৰশাসনে ৷ অহা ৯ মে' লৈ কণ্টেইনমেণ্ট জ'ন হৈ থাকিব দক্ষিণ বৰপেটা বিদ্যামন্দিৰ হাইস্কুলখন ৷

containment zone declared by administration barpeta vidyamandir high school
দক্ষিণ বৰপেটা বিদ্যামন্দিৰ হাইস্কুলত প্ৰৱেশ-প্ৰস্থান বন্ধ প্ৰশাসনৰ !
author img

By

Published : Apr 25, 2021, 10:04 PM IST

বৰপেটা,25 এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাতো বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ইফালে দক্ষিণ বৰপেটা বিদ্যামন্দিৰ হাইস্কুলৰ এগৰাকী শিক্ষয়িত্ৰীৰ দেহতো ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷

শিক্ষয়িত্ৰী গৰাকী কৰ'ণাত আক্ৰান্ত হোৱাৰ লগে লগেই ক'ভিড-১৯ বিধি অনুসৰি বিদ্যালয়খনক জৰুৰীভাৱে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি অহা ৯ মে'লৈ কণ্টেইনমেণ্ট জ'ন হৈ থাকিব দক্ষিণ বৰপেটা বিদ্যামন্দিৰ হাইস্কুলখন ৷

ইফালে বিদ্যালয় খন কণ্টেইনমেণ্ট জ'ন হিচাপে থকা সময়ছোৱাত বিদ্যালয় খনত পাঠদান বন্ধ থকাৰ লগতে যিকোনো লোকৰে প্ৰৱেশ-প্ৰস্থানত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ৷ ইপিনে ক'ভিডত আক্ৰান্ত হোৱা শিক্ষয়িত্ৰীগৰাকী বৰ্তমান হোম কোৱাৰেণ্টাইন হৈ আছে বুলি জানিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক-সুদীৰ্ঘ 37 বছৰ পিছত স্বভূমি অভিমুখে জীৱন মৰাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.