ETV Bharat / state

নৰেন্দ্ৰ মোডী ভাৰতৰ "চুপাৰপাৱাৰ": আজমল - etv bharat

বিজেপিক পৰাভূত কৰাটো কংগ্ৰেছৰ ৰাজনৈতিক ৰণকৌশল আছিল

নৰেন্দ্ৰ মোডী ভাৰতৰ "চুপাৰপাৱাৰ": আজমল
author img

By

Published : May 25, 2019, 2:00 AM IST

Updated : May 25, 2019, 2:53 AM IST

ৰপেটা, 25 মে': বিজেপিক পৰাভূত কৰাটো কংগ্ৰেছৰ ৰাজনৈতিক ৰণকৌশল আছিল ৷ এই মন্তব্য এআইইউডিএফ প্ৰধান বদৰউদ্দিন আজমলৰ ৷ এই ৰণকৌশলৰ বাবেই বহু কেইখন আসনত AIUDF-ৰ প্ৰাৰ্থী দিয়া নাছিল । তেনেস্থলত অসমত কংগ্ৰেছে ৮/১০ খন আসন পাব লাগিছিল কিন্তু কংগ্ৰেছে নিজৰ পলিচিত ব্যৰ্থ হৈছে বুলি উল্লেখ আজমলৰ ।

নৰেন্দ্ৰ মোডী ভাৰতৰ "চুপাৰপাৱাৰ": আজমল

আনহাতে, নৰেন্দ্ৰ মোডীক bada bhai বুলি কোৱা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত আজমলে কয়, "মোডীয়ে বেছি আসন লাভ কৰি এইবাৰ পূৰ্বতকৈ অধিক শক্তিশালী প্ৰধানমন্ত্ৰী হ'ব সেইবাবে তেওঁক bada bhai বুলি সম্বোধন নকৰি মাৰ খাব নেকি! আগতে এবাৰ bada bhai বুলি কলে এতিয়া দহ বাৰ ক'ব লাগিব ৷"

লগতে, জনীয়া সমষ্টিত পূৰ্বতে এআইইউডিএফ-ৰ দখলত থকা খালী আসনখন উপ-নিৰ্বাচনত পুনৰ দখল কৰিবলৈ তেওঁলোকৰ দলে সংগ্ৰাম কৰি যাব বুলিও উল্লেখ কৰে আজমলে ৷ সংসদত এন আৰ চি আৰু ডি-ভোটাৰ সম্পৰ্কে সংসদত আলোচনা কৰাৰ চেষ্টা কৰিব বুলিও উল্লেখ কৰে আজমলে ৷

Intro:Body:

Intro:slug: as_jania_24may_kalgachia_badar_uddin_ajmal_byt1_asc10058

জনীয়া, ২৪ মে: বি, জে,পিক পৰাভূত কৰাটো কংগ্ৰেছৰ ৰাজনৈতিক ৰণকৌশল আছিল: বদৰ উদ্দিন আজমল।Body:slug: as_jania_24may_kalgachia_badar_uddin_ajmal_byt1_asc10058

কলিয়াবৰ আৰু নগাঁও লোকসভাত বদৰ উদ্দিনৰ আৰ্শীবাদতহে কংগ্ৰেছৰ জয়লাভ সম্ভৱ হৈছে নেকি বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজমলে কয়যে, বি, জে,পিক পৰাভূত কৰাটো তেওঁলোকৰ ৰাজনৈতিক ৰণকৌশল আছিল বাবেই বহু কেইখন আসনত AIUDF ৰ প্ৰাৰ্থী দিয়া নাছিল ।এনেস্থলত অসমত কংগ্ৰেছে ৮/১০ খন আসন পাব লাগিছিল কিন্তু কংগ্ৰেছে নিজৰ policy ত ব্যৰ্থ হৈছে । নৰেন্দ্ৰ মোদীক বৰা ভাই কোৱা সন্দৰ্ভত আজমলে কয়যে , মোদীয়ে বেছি আসন পাই এইবোৰ আৰু অধিক শক্তিশালী প্ৰধানমন্ত্ৰী হব গতিকে তেওঁক বৰা ভাই নকৈ মাৰ খাব নেকি । আগতে একবাৰ বৰা ভাই কলে এতিয়া দহ বাৰ কব লাগিব । জনীয়াত খালী হোৱা আসনৰ উপ নিৰ্বাচন সম্পৰ্কে আজমলে কয়যে, আসন খন পূৰ্বে ইউ ডি এফৰ আছিল ইয়াক পুনৰ দক্ষলত আনিবলৈ তেওঁলোকৰ দলে সংগ্ৰাম কৰিব।Conclusion:slug: as_jania_24may_kalgachia_badar_uddin_ajmal_byt1_asc10058

বাইট: বদৰ উদ্দিন আজমল।

স্বফিকুল হাছান, জনীয়া।

Conclusion:
Last Updated : May 25, 2019, 2:53 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.