ETV Bharat / state

Clashes between two factions: কলগাছিয়াত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

author img

By

Published : Nov 3, 2022, 6:56 AM IST

Updated : Nov 3, 2022, 7:13 AM IST

কলগাছিয়াৰ হালধীয়াত উত্তপ্ত পৰিস্থিতি ৷ বুধবাৰে নিশা দুটা ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিট(Two families in heated fight) ৷ অবৈধ সম্পৰ্কৰ অভিযোগক কেন্দ্ৰ সংঘটিত হয় এই মাৰপিটৰ ঘটনা ৷

Heavy fight between two families in Kalgachia
কলগাছিয়াত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট
  • কলগাছিয়াৰ হালধীয়াত উত্তপ্ত পৰিস্থিতি
  • বুধবাৰে নিশা দুটা ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিট(Clashes between two factions)
  • অবৈধ সম্পৰ্কৰ এটা অভিযোগক কেন্দ্ৰ কৰিয়েই সংঘটিত হয় এই মাৰপিটৰ ঘটনা
  • এই মাৰপিটত দুই ফৈদৰ কেইবাগৰাকী লোক আহত হয়
  • আহতসকলক ততাতৈয়াকৈ কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়
  • ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে

Last Updated : Nov 3, 2022, 7:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.