ETV Bharat / state

বৰপেটাৰ সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা

বুধবাৰে নিশা সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত এজন ৷

author img

By

Published : Jun 13, 2019, 7:39 AM IST

etv bharat
  • সৰভোগৰ বেকী নৈৰ দলঙত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷
  • অচিনাক্ত বাহনৰ খুন্দাত চানিদুল ইছলাম নামৰ এজন যুৱকৰ থিতাতে নিহত ৷
  • লগতে গুৰুতৰভাৱে আহত চেলিম মালিক নামৰ আন এজন যুৱক ৷
  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন অচিনাক্ত বাহনখনৰ ৷
  • আহত যুৱকজনক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ ৷
  • দুয়োজন যুৱকৰ ঘৰ বৰপেটাৰ হাউলীত বুলি জানিব পৰা গৈছে ৷

Intro:বৰপেটাৰ সৰভোগৰ বেকী নৈৰ দলংৰ ওপৰত বুধবাৰে নিশা এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ অচিনাক্ত বাহনৰ খুন্দাত সংঘটিত হৈছে এই পথ দূৰ্ঘটনা ৷ দূৰ্ঘটনা সংঘটিত কৰি পলায়ন অচিনাক্ত বাহনখনৰ ৷Body:পথ দূৰ্ঘতনাত চানিদুল ইছলাম নামৰ এজন যুৱকৰ থিতাতে নিহত হোৱাৰ লগতে চেলিম মালিক নামৰ আন এজন যুৱক গুৰুতৰ ভাৱে আহত হৈছে ৷ আহত যুৱক জনক সংকট জনক অৱস্হাত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷Conclusion:দুয়োজন যুৱকৰ ঘৰ বৰপেটাৰ হাউলীত বুলি জানিব পৰা গৈছে ৷

Abdul Khaleque Ahmed
Etv Bharat
Sorbhog
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.