ETV Bharat / state

নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰমত ভকত মিলন অনুষ্ঠান - সামৰণি অনুষ্ঠান

বৰপেটাৰ নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰমত অনুষ্ঠিত ভকত মিলন অনুষ্ঠানৰ আজি অন্তিম দিন । নাম-কীৰ্তনৰ সুৰেৰে মুখৰিত হৈ পৰিছে কৃষ্ণ গুৰু সেৱাশ্ৰম । আজিৰ সামৰণি অনুষ্ঠানত প্ৰায় পঞ্চাশ হাজাৰ ভকতে গ্ৰহণ কৰিলে গুৰু বাক্য ।

নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰমত ভকত মিলন অনুষ্ঠান

author img

By

Published : Feb 27, 2021, 3:34 PM IST

বৰপেটা, ২৭ ফেব্ৰুৱাৰী: হৰিনামৰ ধ্বনিৰে মুখৰ বৰপেটাৰ নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰম । ভক্তিভাৱত বিলীন হৈছে ভকত-বৈষ্ণৱ । যোৱা ২০ ফেব্ৰুৱাৰীৰ পৰা কৃষ্ণ গুৰু সেৱাশ্ৰমত অনুষ্ঠিত হোৱা কৃষ্ণ গুৰু অখণ্ড নাম-কীৰ্তনৰ আজি অন্তিম দিন ।

নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰমত ভকত মিলন অনুষ্ঠান
নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰমত ভকত মিলন অনুষ্ঠান

ভকত মিলন অনুষ্ঠানৰ অন্তিম দিনটোত কৃষ্ণ গুৰু সেৱাশ্ৰমত হাজাৰ হাজাৰ ভকতৰ সমাগম হয় । সামৰণি অনুষ্ঠানত গুৰু বাক্য প্ৰদান কৰি কৃষ্ণ গুৰু সেৱাশ্ৰমৰ আধ্যত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কয় যে, আধ্যাত্মিক জ্ঞানে মানুহক সংযমী কৰে ।

আধ্যাত্মিক জ্ঞানে মানুহক ধৈৰ্যশীল কৰে আৰু আধ্যাত্মিক জ্ঞান আহৰণ কৰিব পাৰিলে নিজে নিজক বুজিব পাৰিব । প্ৰায় পঞ্চাশ হাজাৰ ভকতে আজি গুৰু বাক্য গ্ৰহণ কৰে আৰু আধ্যাত্মিক বাণীৰে গুৰু বাক্য প্ৰদান কৰে আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে ।

লগতে পঢ়ক:ৰঙাপাৰাত চিপিআই(এম)ৰ বাইক ৰেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.