ETV Bharat / state

বৰপেটা জিলা ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত খনিন দাসলৈ শ্ৰেষ্ঠত্বৰ সন্মান - Best ADC of lower Assam

মিছন বসুন্ধৰাৰ কাম-কাজ সূচাৰুপে তথা তৰান্বিত ভাবে কৰাৰ বাবে নামনি অসমৰ মণ্ডলৰ পৰা বৰপেটা জিলা ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত খনিন দাসে লাভ কৰিছে শ্ৰেষ্ঠত্বৰ সন্মান (Best ADC award to Khanin Das) ৷ বঁটা লাভ কৰি বৰপেটাবাসীক ধন্যবাদ জনালে দাসে ।

best-adc-award-to-khanin-das
বৰপেটা জিলা ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত খনিন দাসলৈ শ্ৰেষ্ঠত্বৰ সন্মান
author img

By

Published : May 9, 2022, 9:30 PM IST

বৰপেটা, ৯ মে': ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ গতিত চলিছে মিছন বসুন্ধৰাৰ কাম । মিছন বসুন্ধৰাৰ কামত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে উপায়ুক্ত তথা অতিৰিক্ত উপায়ুক্ত সকলে । ইয়াৰ মাজতে আহিল এক ভাল খবৰ । বৰপেটা জিলা ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত খনিন দাসলৈ শ্ৰেষ্ঠত্বৰ সন্মান(Best ADC award to Khanin Das) ।

বৰপেটা জিলা ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত খনিন দাসলৈ শ্ৰেষ্ঠত্বৰ সন্মান

যোৱা ২১ ফেব্ৰুৱাৰী ২০২২ তাৰিখে বৰপেটা জিলা ৰাজহ বিভাগৰ (Barpeta district revenue department ) অতিৰিক্ত উপায়ুক্ত হিচাপে যোগদান কৰিছিল । তেতিয়াৰে পৰা প্ৰায় আঢ়ৈ মাহতে দিন-ৰাতি একাকাৰ কৰি মিছন বসুন্ধৰাৰ প্ৰায় সংখ্যক কাম সমাধান কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

নামনি অসমৰ শ্ৰেষ্ঠ অতিৰিক্ত উপায়ুক্তৰ (Best ADC of lower Assam) সন্মান লাভ কৰা খনিন দাসে জিলা উপায়ুক্ত তেজপ্ৰসাদ ভুচালক ধন্যবাদ তথা বসুন্ধৰাত কৰ্মৰত আই টি চেলৰ কৰ্মী সকলোকো ধন্যবাদ জনাইছে ৷

উল্লেযোগ্য যে নতুন অসমৰ নিৰ্মাতা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পৰা দেওবাৰে এই শ্ৰেষ্ঠত্বৰ বঁটা গ্ৰহণ কৰিছে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে । এই বঁটা গ্ৰহণ কৰি যথেষ্ট সুখী বুলি অনুভৱ ব্যক্ত কৰে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক: ৪ বছৰীয়া সন্তানক ঘৰতে এৰি থৈ আলফালৈ পিতৃ-মাতৃ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.