ETV Bharat / state

বৰপেটাৰোডত বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ ৰাইজক খোৱা পানী বিতৰণ - বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস

বৰপেটাৰোডত বিজয়া দশমী দিনটোত বৰপেটাৰোডৰ বিষ্ণু-জ্যোতি সৰোবৰত বিসৰ্জন দিবলৈ অহা ভক্তপ্ৰাণ ৰাইজক খোৱা পানী বিতৰণ কৰে বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে

বৰপেটাৰোডত বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ ৰাইজক খোৱা পানী বিতৰণ
author img

By

Published : Oct 9, 2019, 5:13 AM IST

বৰপেটাৰোড 8 অক্টোবৰ : বৰপেটাৰোডত বিজয়া দশমী দিনটোত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসৰ ৷ বৰপেটাৰোডৰ বিষ্ণু-জ্যোতি সৰোবৰত প্ৰতিমা বিসৰ্জন দিবলৈ অহা ভক্তপ্ৰাণ ৰাইজৰ মাজত নিজ হাতেৰে খোৱা পানী বিতৰণ কৰে স্থানীয় বিধায়ক গৰাকীয়ে ৷ শাৰদীয় দূৰ্গোৎসৱৰ বিজয়া দশমীৰ দিনা বৰপেটাৰোডৰ প্ৰায় দুই শতাধিক প্ৰতিমা চহৰখনৰ বিষ্ণু-জ্যোতি সৰোবৰত বিসৰ্জন দিবলৈ আহে ৷ ব্যাপক আনন্দ উল্লাসৰ মাজেৰে প্ৰতিমা বিসৰ্জন দিবলৈ অহা লোক সকলৰ মাজত স্থানীয় বিধায়ক গৰাকীয়ে খাবলৈ পানী বিতৰণ কৰাত ৰাইজ উৎফুল্লিত হৈ পৰে ৷

বৰপেটাৰোডত বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ ৰাইজক খোৱা পানী বিতৰণ
ইপিনে প্ৰতিমা বিসৰ্জনৰ সময়ত যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰবাবে বৰপেটা জিলা প্ৰশাসনৰ লগতে বৰপেটা আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে ৷ প্ৰতিমা বিসৰ্জন দিয়া স্হানত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰীৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কলিতা, বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস শইকীয়া, বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱানন্দ দাস আৰু বৰপেটাৰোড পৌৰসভাৰ সভানেত্ৰী সবিতা দেবনাথে উপস্থিত থাকি আইন-শৃংখলা নিয়ন্ত্ৰণ কৰাৰ উপৰি দেৱী বিসৰ্জনত সহায় কৰা পৰিলক্ষিত হয় ৷ বিজয়া দশমীৰ দিনা জনসমুদ্ৰত পৰিণত হয় বৰপেটাৰোড চহৰ ৷ নিশা দহ বজালৈকে চলি থাকে প্ৰতিমা বিসৰ্জনৰ প্ৰক্ৰিয়া ৷

Intro:বৰপেটাৰোড 8 অক্টোবৰ : বৰপেটাৰোডত ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্হানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসক মঙলবাৰে দেখা গল এক ব্যতিক্ৰমী ৰূপত ৷Body:বৰপেটাৰোডৰ বিষ্ণু-জ্যোতি সৰোবৰত প্ৰতিমা বিসৰ্জন দিবলৈ অহা ভক্তপ্ৰাণ ৰাইজৰ মাজত নিজহাতেৰে পানী বিতৰণ কৰে স্হানীয় বিধায়ক গৰাকীয়ে ৷ শাৰদীয় দূৰ্গোৎসৱৰ বিজয়া দশমীৰ দিনা বৰপেটাৰোডৰ প্ৰায় দুই শতাধিক প্ৰতিমা চহৰখনৰ বিষ্ণু-জ্যোতি সৰোবৰত বিসৰ্জন দিবলৈ আহে ৷ ব্যাপক আনন্দ উল্লাসৰ মাজেৰে প্ৰতিমা বিসৰ্জন দিবলৈ অহা লোক সকলৰ মাজত স্হানীয় বিধায়ক গৰাকীয়ে পানী বিতৰন কৰাত ৰাইজে সন্তোষ প্ৰকাশ কৰে ৷
ইপিনে প্ৰতিমা বিসৰ্জনৰ সময়ত যাতে যাতে কোনো ধৰনৰ বেমেজালিৰ সৃষ্টি নহয় তাৰবাবে বৰপেটা জিলা প্ৰশাসনৰ লগতে বৰপেটা আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে ৷ প্ৰতিমা বিসৰ্জন দিয়া স্হানত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰী, সাধন সৰকাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কলিতা বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস শইকীয়া বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱানন্দ দাস বৰপেটাৰোড পৌৰসভাৰ সভানেত্ৰী সবিতা দেবনাথে উপস্থিত থাকি দূৰ্গাদেৱী বিসৰ্জনত সহায় কৰা পৰিলক্ষিত হয় ৷ বিজয়া দশমীৰ দিনা বৰপেটাৰোড চহৰখন জনসমুদ্ৰত পৰিণত হয় ৷ বৰপেটাৰোডত নিশা দহ বজালৈকে প্ৰতিমা বিসৰ্জনৰ প্ৰক্ৰিয়া চলি থাকে ৷
Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.