ETV Bharat / state

সৰভোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিক্ষকৰ অৱস্থান ধৰ্মঘট - Assam Teacher CAA protest

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসম কলেজ শিক্ষক সংস্থাৰ আহ্বানত সৰভোগত বৰনগৰ কলেজ শিক্ষক গোটৰ অৱস্থান ধৰ্মঘট ৷

Barpeta Sarbhog teacher's CAA protest
সৰভোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিক্ষকৰ অৱস্থান ধৰ্মঘট
author img

By

Published : Dec 16, 2019, 7:41 PM IST

বৰপেটাৰোড,16 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত সৰভোগত কলেজ শিক্ষক সংস্থাৰ অৱস্থান ধৰ্মঘট ৷ সোমবাৰে অসম কলেজ শিক্ষক সংস্থাৰ আহ্বানত বৰনগৰ কলেজ শিক্ষক গোটৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ৷

সৰভোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিক্ষকৰ অৱস্থান ধৰ্মঘট

লগতে পঢ়ক:নগাঁৱত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন

প্ৰতিবাদী শিক্ষকসকলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,আমি নাগৰিকত্ব সংশোধনী আইন নামানো,জয় আই অসম শ্ল'গান দি উত্তাল কৰি তোলে ধৰ্মঘট কাৰ্যসূচী৷ নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত অহিংসভাৱে এই আন্দোলন চলাই যাব বুলি হুংকাৰ বৰনগৰ কলেজ শিক্ষক গোটৰ ৷ লগতে ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ইতিমধ্যে প্ৰাণ বিসৰ্জন দিয়া প্ৰতি গৰাকী শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে শ্বহীদ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক:অস্থায়ী কাৰাগাৰলৈ পৰিণত হ'ল দীঘলী পুখুৰী

Intro:বৰপেটাৰোড 16 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন 2019 (CAA) বাতিলৰ দাবীত সোমবাৰে সৰভোগৰ বৰনগৰ কলেজত অৱস্হান ধৰ্মঘট পালন কৰে ৷ অসম কলেজ শিক্ষক সংস্হাৰ আহ্বানত বৰনগৰ কলেজ শিক্ষক গোটৰ উদ্যোগত অনুষ্ঠিত CAA বিৰোধী অৱস্হান ধৰ্মঘটত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, CAA আমি নামানো, জয় আই অসম শ্লোগান দি উত্তাল কৰি তোলে ৷ CAA বাতিল নোহোৱা পৰ্যন্ত অহিংসভাৱে এই আন্দোলন চলাই যাব বুলিও হুংকাৰ দিছে বৰনগৰ কলেজ শিক্ষক গোটে ৷ CAA বিৰোধী আন্দোলনত ইতিমধ্যে প্ৰাণ বিসৰ্জন দিয়া প্ৰতি গৰাকী শ্বহীদলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷
Body:বৰপেটাৰোড 16 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন 2019 (CAA) বাতিলৰ দাবীত সোমবাৰে সৰভোগৰ বৰনগৰ কলেজত অৱস্হান ধৰ্মঘট পালন কৰে ৷ অসম কলেজ শিক্ষক সংস্হাৰ আহ্বানত বৰনগৰ কলেজ শিক্ষক গোটৰ উদ্যোগত অনুষ্ঠিত CAA বিৰোধী অৱস্হান ধৰ্মঘটত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, CAA আমি নামানো, জয় আই অসম শ্লোগান দি উত্তাল কৰি তোলে ৷ CAA বাতিল নোহোৱা পৰ্যন্ত অহিংসভাৱে এই আন্দোলন চলাই যাব বুলিও হুংকাৰ দিছে বৰনগৰ কলেজ শিক্ষক গোটে ৷ CAA বিৰোধী আন্দোলনত ইতিমধ্যে প্ৰাণ বিসৰ্জন দিয়া প্ৰতি গৰাকী শ্বহীদলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷
Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.