ETV Bharat / state

বৰপেটাৰোড আৰক্ষীৰ অভিযানত ব্ৰাউনছুগাৰসহ আটক দুই যুৱক - ধৃত যুৱকদ্বয়ৰ ঘৰ বৰপেটাৰ বহৰিত

আটকাধীন যুৱকদ্বয়ৰ নাম হ’ল ছাৰজুল ইছলাম আৰু ইমৰান দেৱান ৷ ধৃত যুৱকদ্বয়ৰ ঘৰ বৰপেটাৰ বহৰিত ৷ এখন কলা ৰঙৰ নম্বৰপ্লেট বিহীন স্কুটিৰে ব্ৰাউনছুগাৰ খিনি শিমলাগুৰীত বিক্ৰী কৰিবলৈ আহিছিল যুৱকদ্বয়ে ৷

বৰপেটাৰোড আৰক্ষীৰ অভিযানত আটক ব্ৰাউনছুগাৰ সহ দুজন যুৱক
author img

By

Published : Oct 2, 2019, 7:59 PM IST

বৰপেটাৰোড ২ অক্টোবৰঃ গান্ধী জয়ন্তীৰ দিনাই বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ সহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে ৷ বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱানন্দ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটিয়ে চহৰখনৰ শিমলাগুৰীত অভিযান চলাই যুৱকদ্বয়ক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন যুৱকদ্বয়ৰ নাম হ’ল ছাৰজুল ইছলাম আৰু ইমৰান দেৱান ৷ ধৃত যুৱকদ্বয়ৰ ঘৰ বৰপেটাৰ বহৰিত ৷ এখন কলা ৰঙৰ নম্বৰপ্লেট বিহীন স্কুটিৰে ব্ৰাউন ছুগাৰ সমূহ কঢ়িয়াই আনি শিমলাগুৰীত বিক্ৰী কৰিবলৈ আহিছিল যুৱকদ্বয়ে ৷

বৰপেটাৰোড আৰক্ষীৰ অভিযানত আটক ব্ৰাউনছুগাৰ সহ দুজন যুৱক

বৰপেটাৰোড আৰক্ষীয়ে এক গোপন সুত্ৰৰ ভিত্তিত উক্ত যুৱকদ্বয়ক ব্ৰাউন ছুগাৰ সহ আটক কৰিবলৈ সক্ষম হয় ৷ যুৱকদ্বয়ৰ পৰা দুটা মোবাইল হেণ্ডছেট আৰু ব্যৱহৃত স্কুটিখন আৰক্ষীয়ে জব্দ কৰে ৷ বৰপেটাৰোড আৰক্ষীয়ে আটক কৰা ইমৰান দেৱান নামৰ যুৱকজন কলেজীয়া ছাত্ৰ বুলি জানিব পৰা গৈছে ৷

Intro:বৰপেটাৰোড ২ অক্টোবৰ : গান্ধী জয়ন্তীৰ দিনা বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ সহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন যুৱকদ্বয় ছাৰজুল ইছলাম আৰু ইমৰান দেৱান ৷ Body:বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱানন্দ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটিয়ে চহৰখনৰ শিমলাগুৰীত অভিযান চলাই যুৱকদ্বয়ক আটক কৰিবলৈ সক্ষম হয় ৷ এখন কলা ৰঙৰ নম্বৰপ্লেট বিহীন স্কুটিৰে ব্ৰাউন ছুগাৰ সমূহ কঢ়িয়াই আনি শিমলাগুৰীত বিক্ৰী কৰিবলৈ আহিছিল যুৱকদ্বয়ে ৷ বৰপেটাৰোড আৰক্ষীয়ে এক গোপন সুত্ৰৰ ভিত্তিত উক্ত যুৱকদ্বয়ক ব্ৰাউন ছুগাৰ সহ আটক কৰিবলৈ সক্ষম হয় ৷ যুৱকদ্বয়ৰ পৰা দুটা মোবাইল হেণ্ডছেট আৰু স্কুটিখনো আৰক্ষীয়ে জব্দ কৰে ৷ আটকাধীন যুৱকদ্বয়ৰ ঘৰ বৰপেটাৰ বহৰিত বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰোড আৰক্ষীয়ে আটক কৰা ইমৰান দেৱান নামৰ যুৱকজন কলেজীয়া ছাত্ৰ বুলি জানিব পৰা গৈছে ৷
বাইট : আৰক্ষী বিষয়া বৰপেটাৰোড আৰক্ষী থানা ৷Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.