ETV Bharat / state

বৰপেটাৰোডত ভয়ংকৰ পথ-দুৰ্ঘটনা - বৰপেটাৰোডত ভয়ংকৰ পথ-দুৰ্ঘটনা

31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙ্গাত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় পথ দুৰ্ঘটনা ৷ গুৰুতৰভাবে আহত দুই ৷

বৰপেটাৰোডত ভয়ংকৰ পথ-দুৰ্ঘটনা
author img

By

Published : Aug 29, 2019, 11:46 PM IST

বৰপেটাৰোড, 29 আগষ্ট:

  • বৰপেটাৰোডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙ্গাত ভয়াবহ পথ দুৰ্ঘটনা
  • ধান কঢ়িয়াই নিয়া তীব্ৰবেগী গাড়ীৰ খুণ্ডা AS 15F 8819 নম্বৰৰ এখন স্কুটীত
  • আহত দুই স্কুটী আৰোহী নিলো আৰ্য আৰু প্ৰসেনজিৎ দেৱনাথ
    বৰপেটাৰোডত ভয়ংকৰ পথ-দুৰ্ঘটনা
  • আহত যুৱকদ্বয়ৰ ঘৰ বৰপেটাৰোড চহৰৰ দহ নম্বৰ ৱাৰ্ডত
  • সংকটজনক অৱস্থাত দুয়োকে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ
  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে তীব্ৰ বেগী AS 15AC 1791 নম্বৰৰ SUPRO গাড়ীখনৰ চালকে

বৰপেটাৰোড, 29 আগষ্ট:

  • বৰপেটাৰোডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙ্গাত ভয়াবহ পথ দুৰ্ঘটনা
  • ধান কঢ়িয়াই নিয়া তীব্ৰবেগী গাড়ীৰ খুণ্ডা AS 15F 8819 নম্বৰৰ এখন স্কুটীত
  • আহত দুই স্কুটী আৰোহী নিলো আৰ্য আৰু প্ৰসেনজিৎ দেৱনাথ
    বৰপেটাৰোডত ভয়ংকৰ পথ-দুৰ্ঘটনা
  • আহত যুৱকদ্বয়ৰ ঘৰ বৰপেটাৰোড চহৰৰ দহ নম্বৰ ৱাৰ্ডত
  • সংকটজনক অৱস্থাত দুয়োকে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ
  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে তীব্ৰ বেগী AS 15AC 1791 নম্বৰৰ SUPRO গাড়ীখনৰ চালকে
Intro:বৰপেটাৰোডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙ্গাত বৃহস্পতিবাৰে সন্ধিয়া এক পথ দূৰ্ঘটনা সংঘটিত হয় ৷ ধান কঢ়িয়াই নিয়া তীব্ৰ বেগী AS 15AC 1791 নম্বৰৰ SUPRO গাড়ীয়ে পিছপিনৰ পৰা AS 15F 8819 নম্বৰৰ স্কুটিক খুন্দিয়াই দিয়াত এই দূৰ্ঘটনা সংঘটিত হয় ৷ পথ দূৰ্ঘতনাত স্কুটিত থকা দুজন যুৱক গুৰুতৰ ভাৱে আহত হয় ৷ গুৰুতৰ ভাৱে আহত যুৱকদ্বয় হল নিলো আৰ্য (২০) আৰু প্ৰসেনজিৎ দেবনাথ (২৩) ৷ দুয়োজন যুৱকৰ ঘৰ বৰপেটাৰোড চহৰৰ দহ নম্বৰ ৱাৰ্ডত বুলি জানিব পৰা গৈছে ৷ দূৰ্ঘটনা সংঘটিত হোৱাৰ পাছত স্হানীয় ৰাইজে ততাতৈয়াকৈ যুৱকদ্বয়ক বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্ত্তি কৰায় যদিও অৱস্থা সংকটজনক হোৱাত বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ইপিনে দূৰ্ঘটনা সংঘটিত কৰা ধান কঢ়িওৱা SUPRO গাড়ীৰ চালকজনে পলায়ন কৰে ৷ বৰপেটাৰোড আৰক্ষীয়ে দূৰ্ঘটনাগ্ৰস্ত গাড়ীখন জব্দ কৰিছে ৷ Body:বৰপেটাৰোডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙ্গাত বৃহস্পতিবাৰে সন্ধিয়া এক পথ দূৰ্ঘটনা সংঘটিত হয় ৷ ধান কঢ়িয়াই নিয়া তীব্ৰ বেগী AS 15AC 1791 নম্বৰৰ SUPRO গাড়ীয়ে পিছপিনৰ পৰা AS 15F 8819 নম্বৰৰ স্কুটিক খুন্দিয়াই দিয়াত এই দূৰ্ঘটনা সংঘটিত হয় ৷ পথ দূৰ্ঘতনাত স্কুটিত থকা দুজন যুৱক গুৰুতৰ ভাৱে আহত হয় ৷ গুৰুতৰ ভাৱে আহত যুৱকদ্বয় হল নিলো আৰ্য (২০) আৰু প্ৰসেনজিৎ দেবনাথ (২৩) ৷ দুয়োজন যুৱকৰ ঘৰ বৰপেটাৰোড চহৰৰ দহ নম্বৰ ৱাৰ্ডত বুলি জানিব পৰা গৈছে ৷ দূৰ্ঘটনা সংঘটিত হোৱাৰ পাছত স্হানীয় ৰাইজে ততাতৈয়াকৈ যুৱকদ্বয়ক বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্ত্তি কৰায় যদিও অৱস্থা সংকটজনক হোৱাত বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ইপিনে দূৰ্ঘটনা সংঘটিত কৰা ধান কঢ়িওৱা SUPRO গাড়ীৰ চালকজনে পলায়ন কৰে ৷ বৰপেটাৰোড আৰক্ষীয়ে দূৰ্ঘটনাগ্ৰস্ত গাড়ীখন জব্দ কৰিছে ৷ Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
Dt 29.08.19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.