ETV Bharat / state

বৰপেটাৰ নগাঁৱত আধাৰ কাৰ্ড কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি

author img

By

Published : Sep 11, 2020, 3:30 PM IST

আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত কেন্দ্ৰটোত নিয়োজিত কৰ্মচাৰীয়ে ধন লোৱাৰো অভিযোগ উঠিছে ৷ দিনৰ পিছত দিন আধাৰ কাৰ্ড প্ৰস্তুত কেন্দ্ৰটোত উপস্থিত হৈয়ো প্ৰস্তুত কৰিব পৰা নাই আধাৰকাৰ্ড ৷

আধাৰ কাৰ্ড কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি
আধাৰ কাৰ্ড কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি

বৰপেটা,১১ ছেপ্টেম্বৰঃ আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ৰাজ্যত হাৰাশাস্তিৰ সন্মুখীন হৈছে ৰাজ্যৰ বহু লোক ৷ দিনৰ পিচত দিন ঘুৰিও বহু লোকেই প্ৰস্তুত কৰিব পৰা নাই আধাৰকাৰ্ড ৷ শেহতীয়াভাৱে বৰপেটা জিলাৰ নগাঁৱত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ভীষণ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে স্থানীয় লোকসকল ৷

বৰপেটাৰ নগাঁৱত আধাৰ কাৰ্ড কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি

বহু লোকে দিনৰ পিছত দিন আধাৰ কাৰ্ড প্ৰস্তুত কেন্দ্ৰটোত উপস্থিত হৈয়ো প্ৰস্তুত কৰিব পৰা নাই আধাৰ কাৰ্ড ৷ ইপিনে আধাৰ কাৰ্ড কেন্দ্ৰত নিয়োজিত কৰ্মচাৰীৰ বিৰুদ্ধে ৰাইজক হাৰাশাস্তিৰ অভিযোগ তুলিছে ৰাইজে ৷ বিশেষকৈ আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত কেন্দ্ৰটোত নিয়োজিত কৰ্মচাৰীয়ে ধন লোৱাৰো অভিযোগ উঠিছে ৷ একাংশ লোকে কৰা অভিযোগ অনুসৰি কেন্দ্ৰটোত নিয়োজিত কৰ্মচাৰীসকলে ধনৰ লেন দেনেৰে আধাৰ কাৰ্ড প্ৰস্তুতৰ ফলত বহু লোক হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে ৷
লগতে পঢ়কঃ ন্যায় পাবনে বৰপেটাৰ টিংকুমনি দাসৰ পৰিয়ালে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.