ETV Bharat / state

বৰপেটাৰ থলুৱা আতচবাজী শিল্পী দীপমণি পাঠকৰ দেহাৱসান

author img

By

Published : Sep 6, 2020, 1:40 PM IST

বৰপেটাৰ থলুৱা আতচবাজী শিল্পী দীপমনি পাঠকৰ দেহাৱসান ৷ দেওবাৰে সঞ্জীৱনী হাস্পাতালত মৃত্যু বৰণ কৰে বিশিষ্ট শিল্পী গৰাকীয়ে ৷

Barpeta Local Artiste Dipmoni Pathak Pass Away
বৰপেটাৰ আতচবাজী শিল্পী দীপমণি পাঠকৰ দেহাবসন

বৰপেটা, 6 ছেপ্টেম্বৰ : বৰপেটাৰ ঐতিহ্যমণ্ডিত থলুৱা আতচবাজী শিল্পৰ সৈতে জড়িত বিখ্যাত আতচবাজী শিল্পী দীপমনি পাঠকে দেওবাৰে 45 বছৰ বয়সত সঞ্জীৱনী হাস্পাতালত মৃত্যুবৰণ কৰে ৷ শাৰীৰিক অসুস্থতাৰ বাবে শনিবাৰে বিয়লিৰ ভাগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে মৃত্যুবৰণ কৰে শিল্পী গৰাকীয়ে ৷

বিগত বহু বছৰ ধৰি শিল্পী গৰাকী জড়িত হৈ আছিল থলুৱা আতচবাজী উদ্যোগটোৰ সৈতে ৷ শেহতীয়াকৈ জুবিন গাৰ্গৰ কাঞ্চনজংঘা ছবিখনৰ কাৰিকৰী দিশৰ সৈতেও জড়িত আছিল প্ৰয়াত শিল্পী গৰাকী ৷ শিল্পী গৰাকীৰ বিয়োগত জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে জ্ঞাপন কৰিলে শ্ৰদ্ধাঞ্জলী

লগতে পঢ়ক : অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰচাৰ পত্ৰিকা বিলালে ছাত্ৰ মুক্তিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.