ETV Bharat / state

বৰপেটাত পুনৰ 14 গৰাকীৰ দেহত ক'ভিড 19

author img

By

Published : Jun 7, 2021, 9:11 AM IST

বৰপেটা জিলাত নতুনকৈ 14 গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷ ইয়াৰ লগে লগে ক'ভিড 19 ৰ দ্বিতীয়টো ঢৌত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা হয় ৬,৩০৮ গৰাকী ৷ যোৱা 24 ঘণ্টাত জিলাখনত ৫৩ গৰাকী ক'ভিড ৰোগী সুস্থ হৈ উঠিছে ৷

barpeta-covid-updates
বৰপেটাত পুনৰ 14 গৰাকীৰ দেহত ক'ভিড 19

বৰপেটা,7 জুন: বৰপেটা জিলাত নতুনকৈ 14 গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷ ইয়াৰ লগে লগে ক'ভিড 19 ৰ দ্বিতীয়টো ঢৌত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা হয় ৬,৩০৮ গৰাকী ৷ যোৱা 24 ঘণ্টাত জিলাখনত ৫৩ গৰাকী ক'ভিড ৰোগী সুস্থ হৈ উঠিছে ৷

এতিয়ালৈকে বৰপেটাত মুঠ ৪,২১৯ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ জিলাখনত 24 ঘণ্টাত এগৰাকীও ক'ভিড ৰোগীৰ মৃত্যু হোৱা নাই যদিও জিলাখনত মুঠ মৃত্যু লোকৰ সংখ্যা ৯৮ গৰাকী ৷ দেওবাৰৰ দিনটোত বৰপেটাত চিকিৎসাধীন ৰোগীৰ সংখ্যা আছিল ১,৯৪৫ গৰাকী ৷

লগতে পঢ়ক: আকৌ সমস্যাত পৰিব নেকি অনিল নগৰ-নবীন নগৰ বাসী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.