ETV Bharat / state

ভৃগু কাশ্যপৰ গান আৰু বিপুল ৰাভাৰ অভিনয়ৰে বিটিচি দখলৰ চেষ্টা হাগ্ৰামাৰ

author img

By

Published : Dec 3, 2020, 8:53 PM IST

কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু গেষ্ট্ৰিক নামেৰে খ্যাত কৌতুক অভিনেতা বিপুল ৰাভাক লগত লৈ পুনৰ বিটিচি দখলৰ চেষ্টা কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷

ভৃগু কাশ্যপৰ গান আৰু বিপুল ৰাভাৰ অভিনয়ৰে বিটিচি দখলৰ চেষ্টা হাগ্ৰামাৰ
ভৃগু কাশ্যপৰ গান আৰু বিপুল ৰাভাৰ অভিনয়ৰে বিটিচি দখলৰ চেষ্টা হাগ্ৰামাৰ

বজালী,3 ডিচেম্বৰঃ কৌতুক, নৃত্য আৰু গীত মাতেৰেই ভৰপূৰ সমাৱেশেৰে চলিছে বড়ো ভূমিত বিপিএফৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু গেষ্ট্ৰিক নামেৰে খ্যাত কৌতুক অভিনেতা বিপুল ৰাভাক লগত লৈ পুনৰ বিটিচি দখলৰ চেষ্টা কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷

কৌতুক অভিনেতা বিপুল ৰাভাইও এতিয়া মঞ্চত বিজেপিক সমালোচনা কৰি কয় যে, বিজেপিয়ে সভালৈ হাজিৰা দি মানুহ আনিছে ৷ তাৰ সমান্তৰভাবে ভৃগু কাশ্যপেও গীত গাই হাগ্ৰামাৰ বাবে কৰিছে ভোট ভিক্ষা ৷

লগতে পঢ়কঃ তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত চিচিটিভি কেমেৰা সংস্থাপনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.