ETV Bharat / state

বাঘবৰত চৰাঞ্চলৰ যুৱতীক প্ৰাৰ্থিত্ব প্ৰদান বিজেপিৰ

বিজেপি দলে হাচিনাৰা খাতুনক টিকট প্ৰদান কৰাৰ বাবে দলৰ নেতাসকলক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে এয়া সংখ্যালঘু সম্প্ৰদায়ৰ বাবে এক সুযোগ বুলি সমষ্টিৰ দলীয় নেতা-কৰ্মীসকলে মন্তব্য কৰে ৷ বাঘবৰৰ পৰা প্ৰাৰ্থীগৰাকীক বিজয়ী কৰি পঠাবলৈ ভোটাৰক আহ্বান জনায় দলীয় সমৰ্থকে ৷

baghbar lac bjp candidate hasinara khatun
বাঘবৰ সমষ্টিত চৰাঞ্চলৰ যুৱতীক প্ৰাৰ্থীত্ব প্ৰদান বিজেপিৰ
author img

By

Published : Mar 15, 2021, 3:38 PM IST

Updated : Mar 15, 2021, 3:52 PM IST

বৰপেটা,১৫ মাৰ্চ: ধৰ্মীয় সংখ্যালঘু ভোটাৰ অধ্যুষিত বাঘবৰ সমষ্টিত বিজেপিয়ে হাচিনাৰা খাতুনক প্ৰদান কৰিছে দলীয় প্ৰাৰ্থিত্ব ৷ দেওবাৰে বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত হাচিনাৰা খাতুনে বিজেপিৰ টিকট লাভ কৰাৰ লৈ সমষ্টিৰ দলীয় কৰ্মীসকলৰ মাজত আনন্দ-উল্লাস পৰিলক্ষিত হৈছে ৷ দলীয় কৰ্মীসকলে সোমবাৰে প্ৰাৰ্থীগৰাকীক আদৰণি জনায় ৷ উল্লেখ্য় যে, বাঘবৰ সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ মাজৰ অতিকৈ দুৰ্গম অঞ্চলৰ চৰৰ বাসিন্দা হাচিনাৰা খাতুনক দলীয় টিকট প্ৰদানৰ সিদ্ধান্তক আদৰণি জনাইছে সমষ্টিটোৰ দলীয় নেতা-কৰ্মীসকলে ৷

বাঘবৰ সমষ্টিত চৰাঞ্চলৰ যুৱতীক প্ৰাৰ্থীত্ব প্ৰদান বিজেপিৰ

বিজেপি দলে হাচিনাৰা খাতুনক টিকট প্ৰদান কৰাৰ বাবে দলৰ নেতাসকলক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে এয়া সংখ্যালঘু সম্প্ৰদায়ৰ বাবে এক সুযোগ বুলি সমষ্টিৰ দলীয় কৰ্মীসকলে মন্তব্য কৰে ৷ বাঘবৰৰ পৰা প্ৰাৰ্থীগৰাকীক বিজয়ী কৰি পঠাবলৈ ভোটাৰক আহ্বান জনায় দলীয় সমৰ্থকে ৷ লগতে বিৰোধী পক্ষত থাকি সমষ্টিৰ উন্নয়ন সম্ভৱ নহয় আৰু তাৰ বাবে চৰকাৰ গঠন কৰিব পৰা দলৰ বিধায়ক নিৰ্বাচিত কৰি পঠাবলৈ ৰাইজলৈ আহ্বান জনায় ৷ আনহাতে, বাঘবৰৰ মানুহক বাৰে বাৰে ঠগাই অহা বিধায়ক শ্বেৰমান আলী আহমেদ এইবাৰ পৰাজিত হ’ব বুলিও দাবী কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷

baghbar lac bjp candidate hasinara khatun
বাঘবৰ সমষ্টিত চৰাঞ্চলৰ যুৱতীক প্ৰাৰ্থীত্ব প্ৰদান বিজেপিৰ

লগতে পঢ়ক: নিৰ্বাচনী প্ৰচাৰৰ মাজতেই শিলচৰত চাঞ্চল্যকৰ ঘটনা

Last Updated : Mar 15, 2021, 3:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.