ETV Bharat / state

বানৰ কৱলত জনীয়া

বানত ডুব গৈছে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ বহু অঞ্চল । বানাক্ৰান্তৰ বাবে চৰকাৰে ব্যৱস্থা কৰা নাই কোনো বান সাহায্যৰ ।

বানৰ কৱলত জনীয়া
author img

By

Published : Jul 18, 2019, 2:03 PM IST

জনীয়া,১৮জুলাই : ৰাজ্যত বানে চলাইছে সন্ত্ৰাস । বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত তথা বাঘবৰ ৰাজহ চক্ৰৰ বালিকুৰি এন চি, ভেৰাগাঁও, টাপাজুলি, চিকনী আদি গাঁৱৰ শতাধিক পৰিয়াল আজিও জলবন্দী । খাদ্য,আশ্ৰয়ৰ সংকটত পৰিছে বানাক্ৰান্তসকল । বানৰ এই সন্ত্ৰাসৰ পাছতে বানাক্ৰান্তসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । ইফালে, বানাক্ৰান্তসকলৰ বাবে চৰকাৰে কোনো সাহায্যৰ ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰে বানাক্ৰান্তসকল ।

Intro:slug: as_jania_18jul_baghbar_flood_tl_vis3+byt2_spl_pkg_story_asc10058

জনীয়া, ১৮ জুলাই: ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সামান্য পৰিমাণে কমিলেও, কমা নাই বানাক্ৰান্ত লোকসকলৰ দুখঃ-দুৰ্দশা।এতিয়াও অব্যাহত আছে ঘৰৰ ওপৰত পানী বৈ যোৱা, জীৱ জন্তুৰ সৈতে সহস্তাৱন বানাক্ৰান্তৰ।অনিদ্ৰা অনাহাৰে বিনিদ্ৰ ৰজনী কোটাইছে বানাক্ৰান্তই।Body:slug: as_jania_18jul_baghbar_flood_tl_vis3+byt2_spl_pkg_story_asc10058

V.O-1 :- হয়,কলগাছিয়াৰ বালিকুৰিত এতিয়াও ভয়াৱহ বানপানী। ঘৰৰ ওপৰতে লৰা- ছোৱালীৰে সৈতে দূৰ্বিহ জীৱন কটাইছে বানাক্ৰান্তই।বৰ্ণত্বই নাৱৰ ওপৰতে অনিদ্ৰা-অনাহাৰে কটাইছে নিশা। বন্যাৰ্তৰ শিবিৰত এতিয়া মৰ্মান্তিক দৃশ্য।দেখিলে আপুনিও হয়তো চকুলো টুকিব। জীৱ জন্তুৰ সৈতে একেলগে বসবাস কৰিছে বানাক্ৰান্তই । নাই খোৱাপানী, নাই পশু খাদ্য, নাই থাকিবলৈ তিৰ্পাল নাই মানুহৰ অন্ন।এক হৃদয় বিদাৰক দৃশ্যই যেন বিৰাজ কৰিছে বৰ্ণত্যৰ মাজত।

V.O-2 :- হয় এই দৃশ্য বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত তথা বাঘবৰ ৰাজহ চক্ৰৰ বালিকুৰি এন চি, ভেৰাগাও, টাপাজুলি, চিকনী আদি গাঁৱৰ শ শ পৰিয়াল আজিও জলবন্দী। ঘৰৰ মূধচলৈকে বৈছে ভয়াবহ বানপানী, এতিয়া নিজৰ বুলি একই নাই, আছে কেৱল ঘৰটো , তথাপিও পানীৰ তলত। সেয়েহে ঘৰৰ ওপৰতেই বিনিদ্ৰ ৰজনী কটাইছে বানাক্ৰান্তই।এক প্ৰকাৰ শোকত ভাগি পৰিছে বৰ্ণত্বই।Conclusion:slug: as_jania_18jul_baghbar_flood_tl_vis3+byt2_spl_pkg_story_asc10058

বাইট: পঞ্চয়ত প্ৰতিনিধি আৰু বানাক্ৰান্ত ৰাইজ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.