ETV Bharat / state

কলগাছিয়াত দুগ্ধ উৎপাদকৰ বাবে সজাগতা সভা - পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংঘ

কলগাছিয়াত দুগ্ধ উৎপাদন সমবায় সংঘৰ উদ্যোগত সজাগতা সভা ৷ কলগাছিয়াৰ আমতলাত পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংঘৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভাখন ৷ গোপালক সকলৰ সকলৰ মাজত গাখীৰ খিৰোৱা মেচিন বিতৰণ ৷

awareness programme at kalgachia
awareness programme at kalgachia
author img

By

Published : Jan 27, 2021, 10:17 PM IST

জনীয়া, 27 জানুৱাৰী: কলগাছিয়াৰ আমতলাত বুধবাৰে পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংঘৰ উদ্যোগত এখনি সজাগতা সভাৰ আয়োজন কৰা হয় ৷ উক্ত সজাগতা সভাত পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংঘই পূৰৱী ডেইৰীৰ উদ্যোগত গো পালক সকলৰ মাজত গাখীৰ খিৰোৱা মেচিন বিতৰণ কৰে ৷

গোপালক সকলৰ সকলৰ মাজত গাখীৰ খিৰোৱা মেচিন বিতৰণ

অঞ্চলটোৰ গো পালক ক্ৰমে মকিবুল ইছলাম, মজৰ আলী আৰু আয়নল হকক বিনামূলীয়াকৈ গাই প্ৰতি একোটিকৈ মেচিন প্ৰদান কৰা হয় ৷ মেচিন লাভ কৰি উৎফুল্লিত হৈ গো পালক সকলে পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংঘৰ এই পদক্ষেপৰ শলাগ লৈ পূৰৱী ডেইৰীক ধন্যবাদ জ্ঞাপন কৰে ৷

সভাখনত গো পালক সকলৰ সুবিধাৰ্থে গো পালন আৰু দুগ্ধ উৎপাদন সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ আলোচনাও অনুষ্ঠিত হয় ৷ চিকিৎসক ছাহজাহান আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপ প্ৰকল্প সমন্বয়ক ইজাজ আনোৱাৰ, ক্ষেত্ৰ সমন্বয়ক পৰাগ জ্যোতি চহৰীয়া, অংকুৰ ৰয়, ডেইজী কাকতি, ছায়েদ আহম্মদ, নিপ জ্যোতি নাথ প্ৰমুখ্যে ভালে কেইগৰাকী ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:বৰপেটাত বাংলাদেশী বিচাৰি উলিয়াবলৈ ৰণজিত দাসক আহ্বান বাবুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.