ETV Bharat / state

কলগাছিয়াত এ টি এম বিকল - assam news

বজাৰ-সমাৰ কৰিবলৈ সকলো ইছলাম ধৰ্মালম্বীৰ প্ৰয়োজন ধনৰ । তেনে সময়তে বৰপেটা জিলাৰ কলগাছিয়াত কেইবাটাও এ টি এম বিকল হৈ যোৱাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে

কলগাছিয়াত এ টি এম বিকল
author img

By

Published : Aug 12, 2019, 9:00 AM IST

বৰপেটা, 11 আগষ্টঃ সোমবাৰে ইছলাম ধৰ্মালম্বী লোকসকলে উদযাপন কৰিব পবিত্ৰ ঈদ-উজ-জোহা । বজাৰ-সমাৰ কৰিবলৈ সকলো ইছলাম ধৰ্মালম্বীৰ প্ৰয়োজন ধনৰ । তেনে সময়তে বৰপেটা জিলাৰ কলগাছিয়াত কেইবাটাও এ টি এম বিকল হৈ যোৱাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বৰটাৰী, বামুনটাৰী, বলাইপথাৰ, গুনিয়ালগুৰি, বালাগাৱৰ, খাৰবাল্লী আদি বহু সংখ্যক গাঁৱৰ হেজাৰ হেজাৰ মানুহ যোৱা কেইবা দিনৰ পৰা এ টি এমত ভিৰ কৰা দেখা গৈছে । এটিএমত পইচা নথকা বাবেই ঈদৰ বজাৰ নকৰাকৈ বিমূখ হৈ ঘৰলৈ উভতিছে

Intro:slug: as_jania_11aug_atm_crocked_vis2+byt2+pho1_spl_pkg_story_asc10058

Anchor: কাইলৈ পবিত্ৰ ঈদ, কলগাছিয়াত কেইবাটাও এ টি এম বিকল ৰাইজৰ মাজত হাহাকাৰ। এটা এ টি এমত দীঘল শাৰী। ঈদ আহিলেই কলগাছিয়াৰ এ টি এম বিকল হোৱাৰ অভিযোগ।Body:slug: as_jania_11aug_atm_crocked_vis2+byt2+pho1_spl_pkg_story_asc10058

VO-1: কাইলৈ পবিত্ৰ ঈদ উজ জোহা। বজাৰ-সমাৰ কৰিবলৈ সকলো ইছলাম ধৰ্মালম্বীৰ প্ৰয়োজন ধনৰ। তেনে সময়তে বৰপেটা জিলাৰ কলগাছিয়াত কেইবাটাও এ টি এম বিকল হৈ যোৱাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰটাৰী, বামুনটাৰী, বলাইপথাৰ, গুনিয়ালগুৰি, বালাগাৱৰ, খাৰবাল্লী আদি বহু সংখ্যক গাঁৱৰ হেজাৰ হেজাৰ মানুহ যোৱা কেইবা দিনৰ পৰা এ টি এমত ভিৰ কৰা দেখা গৈছে। শনিবাৰে বহুতে পয়চা উঠাব নোৱাৰাত ঘৰলৈ উভতি গৈছে। আজিও সেই একেই অৱস্থা দীঘল দীঘল শাৰী পাতি প্ৰশৰ ৰ'দত থিয় হৈ আছে ৰাইজ। আজিও তেওঁলোকে ধন উঠাই নিব পাৰিব নে নাই তাক থিৰাংকৈ ক'ব নোৱাৰি। ঈদৰ প্ৰাকক্ষণত পয়চা উঠাব নোৱাৰৰ বহুতো মানুহে দুখ প্ৰকাশ কৰা দেখা গৈছে।Conclusion:slug: as_jania_11aug_atm_crocked_vis2+byt2+pho1_spl_pkg_story_asc10058

Byt: ভুক্তভোগী ৰাইজ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.