ETV Bharat / state

বৰপেটা পৌৰসভাৰ সভানেত্ৰীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ - barpeta municipality president

বৰপেটা পৌৰসভাৰ সভানেত্ৰীৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ৷ ৬৫ লাখ টকা ব্যয়ৰ ক্ষেত্ৰত পৌৰসভাৰ সভানেত্ৰী তুলিকা দাসে অনিয়মৰ আশ্ৰয় লয় বুলি অভিযোগ তোলে আছুৱে ৷

বৰপেটা
বৰপেটা পৌৰসভাৰ সভানেত্ৰীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ
author img

By

Published : Jan 4, 2020, 8:19 PM IST

বৰপেটা,৪ জানুৱাৰীঃ বৰপেটা পৌৰসভাৰ চতুৰ্দশ বিত্তীয় আয়োগৰ ধন ব্যয়ক লৈ ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন পৌৰ সভানেত্ৰীৰ বিৰুদ্ধে ৷ বৰপেটা পৌৰ সভাই চতুৰ্দশ বিত্তীয় আয়োগৰ পৰা লাভ কৰা প্ৰায় ৬৫ লাখ টকা ব্যয়ৰ ক্ষেত্ৰত পৌৰসভাৰ সভানেত্ৰী তুলিকা দাসে লৈছে অনিয়মৰ আশ্ৰয় ৷ পৌৰসভাখনত নিবিদা আহ্বানৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱা বুলি জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই ৷ ছাত্ৰ সন্থাৰ পৰা অভিযোগ লাভ কৰাৰ পিচতে শনিবাৰে বৰপেটাৰ জিলা উপায়ুক্তই নিবিদাৰ সমস্ত কাম কাজ স্থগিত ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে পৌৰ সভানেত্ৰীক ৷ ছাত্ৰ সন্থাৰ অভিযোগ বৰপেটা পৌৰসভাৰ সভানেত্ৰীৰ গৰাকীয়ে আত্মীয়ক ঠিকাৰ কাম দিবলৈকে নিবিদা আহ্বানৰ ক্ষেত্ৰত আশ্ৰয় লৈছে অনিয়মৰ ৷ ছাত্ৰসন্থাৰ অভিযোগৰ ভিত্তিতে শনিবাৰে জিলা উপায়ুক্তই লৈছে এই হস্তক্ষেপ ৷ বিশেষকৈ নিবিদা বিচাৰি এসপ্তাহ পূৰ্বে জাননী জাৰি কৰিব লাগে যদিও এইক্ষেত্ৰত চতুৰালিৰ আশ্ৰয় লৈছে পৌৰসভা নেত্ৰীগৰাকীয়ে ৷

বৰপেটা পৌৰসভাৰ সভানেত্ৰীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

পৌৰসভাৰ সভানেত্ৰীৰ বিৰুদ্ধে ছাত্ৰ সন্থাই তোলা অভিযোগক নস্যাৎ কৰিছে পৌৰসভা নেত্ৰীগৰাকীয়ে ৷ ছাত্ৰ সন্থাৰ সদস্যক নিবিদা অবিহনে ঠিকাৰ কাম নিদিয়াৰ বাবেই তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ অনাৰ দাবী কৰিছে বৰপেটা পৌৰসভাৰ সভানেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ শিৱসাগৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত মানৱ শৃংখল

Intro:

বৰপেটা, ৪ জানুৱাৰীঃ বৰপেটা পৌৰসভাৰ চতুৰ্দশ বিত্তীয় আয়োগৰ ধন ব্যয়ক লৈ ব্যাপক অনিয়মৰ অভিযেগ উঠিছে পৌৰ সভানেত্ৰীৰ বিৰুদ্ধে ৷ বৰপেটা পৌৰ সভাই চতুৰ্দশ বিত্তীয় আয়োগৰ পৰা লাভ কৰা প্ৰায় ৬৫ লাখ টকা ব্যয়ৰ ক্ষেত্ৰত পৌৰসভাৰ সভানেত্ৰী তুলিকা দাসে লৈছে অনিয়মৰ আশ্ৰয় ৷ Body:পৌৰসভাখনত নিবিদা আহ্বানৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱা বুলি জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছে বৰপেটা আঞ্চলিক ছাত্ৰসন্থাই ৷ ছাত্ৰসন্থাৰ পৰা অভিযোগ লাভ কৰাৰ পিচতে আজি বৰপেটাৰ জিলা উপায়ুক্তই নিবিদাৰ সমস্ত কামকাজ স্থগিত ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে পৌৰসভানেত্ৰীক ৷ ছাত্ৰসন্থাৰ অভিযোগ বৰপেটা পৌৰসভাৰ সভানেত্ৰীৰ গৰাকীয়ে নিজৰ অঙহী বঙহীসকলক ঠিকাৰ কাম দিবলৈকে নিবিদা আহ্বানৰ ক্ষেত্ৰত আশ্ৰয় লৈছে অনিয়মৰ ৷ ছাত্ৰসন্থাৰ অভিযোগৰ ভিত্তিত জিলা উপায়ুক্তৰ হস্তক্ষেপ ৷ বিশেষকৈ নিবিদা বিচাৰি এসপ্তাহ পূৰ্বে জাননী জাৰি কৰিব লাগে যদিও এইক্ষেত্ৰত চতুৰালিৰ আশ্ৰয় লৈছে পৌৰসভানেত্ৰীগৰাকীয়ে ৷
পৌৰসভাৰ সভানেত্ৰীৰ বিৰুদ্ধে ছাত্ৰসন্থাই তোলা অভিযোগক নস্যাৎ কৰিছে পৌৰসভানেত্ৰীগৰাকীয়ে ৷ ছাত্ৰসন্থাৰ সদস্যক নিবিদা অবিহনে ঠিকাৰ কাম নিদিয়াৰ বাবেই তেওৰ বিৰুদ্ধে মিছা অভিযোগ অনাৰ দাবী কৰিছে বৰপেটা পৌৰসভাৰ সভানেত্ৰীগৰাকীয়ে ৷

Conclusion:বাইটঃ আছুৰ নেতা ৷
বাইটঃ পৌৰসভানেত্ৰী ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.