ETV Bharat / state

কলগাছিয়াত অসম অসংগঠিত শ্ৰমিক ইউনিয়নৰ কাৰ্যালয় উদ্বোধন - গোলাম মস্তফা আহমেদে

আব্দুল আলিমৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গোলাম মস্তফা আহমেদে কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে

assam Union office inauguration at kalgaisa
কলগাছিয়াত অসম অসংগঠিত শ্ৰমিক ইউনিয়নৰ কাৰ্যালয় উদ্ধোধন
author img

By

Published : Nov 1, 2020, 9:10 PM IST

জনীয়া,1নৱেম্বৰঃ দেওবাৰে কলগাছিয়াৰ বালিকুৰিত দেওবাৰে শ্ৰমজীৱী জনসাধাৰণৰ সৰ্বাংগীন উন্নতি কল্পে নামনি অসম অসংগঠিত শ্ৰমিক ইউনিয়নৰ কাৰ্যালয় উদ্ধোধন কৰে।

উল্লেখযোগ্য যে, আব্দুল আলিমৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গোলাম মস্তফা আহমেদে কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে । সংগঠনটোৱে দুখীয়া শ্ৰমজীৱি মানুহে কিদৰে চৰকাৰী সা-সুবিধা সমূহ লাভ কৰিব সেই সম্পৰ্কে বিস্তৃত্বভাবে আলোচনা কৰে ।

লগতে পঢ়কঃ JEE কেলেংকাৰী: আৰক্ষীৰ জালত পলাতক অভিযুক্ত ভাৰ্গৱ ডেকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.