ETV Bharat / state

"প্ৰমীলাৰাণীক হাগ্ৰামাই বলিৰ পঠা সজাইছে"- নৱ শৰণীয়া

author img

By

Published : Apr 10, 2019, 6:41 PM IST

নৱ শৰণীয়াৰ বিস্ফোৰণ-প্ৰমীলাৰাণী ব্ৰহ্মৰ এয়া নিৰ্বাচনী শেষ কাল

"প্ৰমীলাৰাণীক হাগ্ৰামাই বলিৰ পঠা সজাইছে"- নৱ শৰণীয়া

বৰপেটা ১০ এপ্ৰিলঃ "প্ৰমীলাৰাণীক হাগ্ৰামাই সজাইছে বলিৰ পঠা, প্ৰমীলাৰাণী ব্ৰহ্মৰ নিৰ্বাচনী শেষ কাল ৷ এয়া তেওঁৰ বিয়লি বেলাত এনে দুৰ্ভাগ্যজনক ঘটনা ঘটিব বুলি আশা কৰা নাছিলো ৷ তেওঁৰ বিৰুদ্ধে নিৰ্বাচন খেলি বলীৰ পঠা হোৱাটো দুৰ্ভাগ্যজনক" পাঠশালাত উপস্থিত হৈ সাংসদ নৱ শৰণীয়াৰ এই মন্তব্য ৷

"প্ৰমীলাৰাণীক হাগ্ৰামাই বলিৰ পঠা সজাইছে"- নৱ শৰণীয়া

উল্লেখযোগ্য যে নৱ শৰণীয়াই আলফাত থাকোতে গীতা ভাগৱত পঢ়া অথবা বাহী বজাইছিল নেকি বুলি প্ৰমোদ বড়োৱে কৰা প্ৰশ্ন সন্দৰ্ভতো মন্তব্য কৰে নৱ শৰণীয়াই ৷ ইয়াৰোপৰি কেইটামান বড়ো ভোটৰ স্বাৰ্থত ইউ জি ব্ৰহ্মক সমৰ্থন কৰিছে আজমলে কিন্তু শীঘ্ৰেই তেওঁ নিজৰ ভুল বুজি পাব বুলি মন্তব্য কৰাৰ লগতে অবড়ো ভোট বিভাজন নহয় বুলি আত্মবিশ্বাসী নৱ শৰণীয়া ৷

Slug: A_BAR_10APR_812_NABA_SARANIA_DISCLOSED_HAGRAMA_USED_PRAMILARANI_BITE_BAPKAN_DAS

নব শৰণীয়া ৰ বিস্ফোৰণ ll

প্ৰমীলা ৰাণী ক হাগ্ৰামা ই সজাইছে বলীৰ পঠা l

প্ৰমীলা ৰাণী ব্ৰহ্ম ৰ  নিৰ্বাচনী শেষ কাল ll
বৰপেটা ১০ এপ্ৰিল: পাঠশালা ত নব শৰণীয়া ৰ বিস্ফোৰণ ll

প্ৰমীলা ৰাণী ক হাগ্ৰামা ই সজাইছে বলীৰ পঠা l

প্ৰমীলা ৰাণী ব্ৰহ্ম ৰ  নিৰ্বাচনী শেষ কাল ll

বিয়লি বেলাত এনে দুৰ্ভাগ্যজনক ঘটনা ঘটিব বুলি আশা কৰা নাছিলোঁ l

তেওঁৰ বিৰুদ্ধে নিৰ্বাচন খেলি বলীৰ পঠা হোৱাটো দুৰ্ভাগ্যজনক ll

প্ৰমোদ বড়ো এ অসমৰ বিপ্লবী সত্তাক অপমান কৰাৰ অভিযোগ নৱ শৰণীয়া ৰ l

সহস্ত্ৰ সংগ্ৰাম ক প্ৰকৃতাৰ্থত এক কলা আখ্যা নৱ শৰণীয়া ৰ l

উল্লেখযোগ্য যে নৱ শৰণীয়া ই আলফা ত থাকোতে গীতা ভাগৱত পঢ়া অথবা বাহী বজাইছিল নেকি প্ৰশ্ন কৰিছিল প্ৰমোদ বড়ো এ l

বিগত সময়ত কংগ্ৰেছে বিপিএফ ৰ সতে কৰা পাপৰ পৰিনতিত পাপ মোছন ৰ বাবে কংগ্ৰেছে তেওঁৰ বিৰুদ্ধে প্ৰাৰ্থী নিদিৱ বুলি আশা কৰিছিল l

কংগ্ৰেছ, বিপিএফ অাৰু ইউপি পি এ ৰ বিৰুদ্ধে মেট্ ছ ফিক্সিঙৰ অভিযোগ ll

বদৰুদ্দিন আজমলে কেইটামান বড়ো ভোট ৰ স্বাৰ্থত ইউ জি ব্ৰহ্ম ক সমৰ্থন কৰিছে l

 কিন্তু শীঘ্ৰেই আজমলে বুজি পাব নিজৰ ভূল l

অ-বড়ো ভোট বিভাজন নহয় বুলি আত্মবিশ্বাসী নৱ শৰণীয়া ll.                                                                   
বাইট: নৱ শৰণীয়া                                                                   
 --- বাপকন দাস, বৰপেটা                                                        
 বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.