ETV Bharat / state

ভেলেঙীৰ বানত উটি গ'ল মথাউৰিঃ ৫ গাঁও ক্ষতিগ্ৰস্থ

author img

By

Published : Jul 18, 2019, 10:52 PM IST

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ শিতুলীৰ দাপনাসিঙত ভেলেঙী নদীয়ে উটুৱাই নিয়ে এটা মথাউৰি ৷

ভেলেঙীৰ বানত উটি গ'ল মথাউৰিঃ ৫ গাঁও ক্ষতিগ্ৰস্থ

বৰপেটা, 18 জুলাইঃ বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভেলেঙী নৈৰ বাঢ়নী পানীয়ে খহাই নিয়ে এটা মথাউৰি ৷ সমষ্টিটোৰ শিতুলী দাপনাসিঙত ভেলেঙী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে মথাউৰিটো ৷ মথাউৰিটো খহি যোৱাৰ ফলত এতিয়া ভয়ংকৰ বানৰ কৱলত পৰিছে শিতুলী, গোবিন্দপুৰ, কৈমাৰী, চিধনী, গোৰালা আদি গাঁৱসমূহ ৷

Intro:
বৰপেটা, ১৮ জুলাইঃ বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা ভেলেঙী নদীৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ বৰপেটাৰ জনীয়াত আজি ভেলেঙী নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে এটা মথাউৰি ৷ Body:জনীয়া সমষ্টিৰ শিতুলীৰ দাপনাসিঙত ভেলেঙী নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে মথাউৰিটো ৷ মথাউৰিটো ভাঙি যোৱাৰ ফলত ভেলেঙী নদীৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছে শিতুলী, গোবিন্দপুৰ, কৈমাৰী, চিধনী, গোৰালা আদি গাওসমুহ ৷ ইপিনে মথাউৰিৰ চিঙা অংশেৰে সোমোৱা বাঢ়নি পানীয়ে ক্ষতিগ্ৰস্ত কৰিছে আলী হুছেইন, চফিকুল ইছলাম, কদ্দুছ আলী, চাদেক আলী, ছফিকুল ইছলাম আদি পৰিয়ালসমুহৰ ঘৰবাৰী ৷ জিলাখনত বানৰ পানী কিছু কমিবলৈ লোৱাৰ সময়তে জনীয়াৰ শিতুলীত বাঢ়নি পানীয়ে মথাউৰি উটুৱাই নিয়াৰ ঘটনাক লৈ উদ্বিগ্ন অঞ্চলটোৰ ৰাইজ ৷

Conclusion:বাইটঃ স্থানীয় লোক ৷
-- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.