ETV Bharat / state

আজি ভৰদৌলঃ বৰপেটা সত্ৰৰ দৌল মহোৎসৱ

author img

By

Published : Mar 21, 2019, 11:24 PM IST

বুধবাৰে বৰপেটাত পালন কৰা হয় গোন্ধযাত্ৰা ৷ দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক বুধবাৰে সত্ৰৰ মনিকূটৰ পৰা মঠৰ চোতাললৈ উলিয়াই আনি অধিবাস সম্পন্ন কৰাৰ পিচতে দুয়োজনা গোঁসাইক পুৱাই যোগমোহন গৃহত ৰখাৰ পিচত নিশা গোসাইক দৌলত আৰোহন কৰা হয় ৷

আজি ভৰদৌলঃ বৰপেটা সত্ৰৰ দৌল মহোৎসৱ

21 মাৰ্চ, বৰপেটাঃ সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱ ৷ বুধবাৰে পালন কৰা হয় গোন্ধযাত্ৰা ৷ দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক বুধবাৰে সত্ৰৰ মনিকূটৰ পৰা মঠৰ চোতাললৈ উলিয়াই আনি অধিবাস সম্পন্ন কৰাৰ পিচতে দুয়োজনা গোঁসাইক পুৱাই যোগমোহন গৃহত ৰখাৰ পিচত নিশা গোসাইক দৌলত আৰোহন কৰা হয় ৷

আজি ভৰদৌলঃ বৰপেটা সত্ৰৰ দৌল মহোৎসৱ

বুধবাৰৰ নিশা দৌল মন্দিৰৰ দোলাত অধিষ্ঠিত কৰা দুয়োজনা গোসাইক বৃহস্পতিবাৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই যথাৰীতি ফাকুগুৰিৰে সেৱা জনায় ৷ সত্ৰৰ পৰম্পৰা অনুসৰি বুঢ়াসত্ৰীয়াই দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক ফাকুগুৰিৰে সেৱা জনোৱাৰ পিচতহে ভক্তসকলে গোসাইক ফাকুগুৰিৰে সেৱা জনাব পাৰে ৷ গোসাইক সেৱা জনাবলৈ দৌল মন্দিৰত লানি নিচিগা ভক্তৰ সোত বয় ৷

Slug:      A_BAR_21MARCH_801TO802_BARPETA_DEUL_2NDDAY_VIS+BITE_BAPKAN_DAS                      

 বৰপেটা সত্ৰৰ দৌল মহোৎসৱঃ
আজি ভৰদৌলঃ বুঢ়াসত্ৰীয়াই দৌলগোবিন্দ আৰু কলীয়া ঠাকুৰ গোঁসাইক ফাকুগুৰি ছটিয়াই সেৱা জনোৱাৰ পিচতে ভক্তসকলে গোঁসাইক ফাকুৰে জনাব সেৱা ৷ 

বৰপেটা, ২১ মাৰ্চঃ সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱ ৷ বুধবাৰে পালন কপা হয় গোন্ধযাত্ৰা বা বহ্নুৎসৱ ৷ দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক বুধবাৰে সত্ৰৰ মনিকূটৰ পৰা মঠৰ চোতাললৈ উলিয়াই আনি অধিবাস সম্পন্ন কৰাৰ পিচতে দুয়োজনা গোঁসাইক ম্জি পুৱাই যোগমোহন গৃহত ৰখাৰ পিচত নিশা গোসাইক দৌলত আৰোহন কৰা হয় ৷ বুধবাৰৰ নিশা দৌল মন্দিৰৰ দোলাত  অধিস্থিত কৰা দুয়োজনা গোসাইক আজি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই যথাৰীতি ফাকুগুৰিৰে সেৱা জনায় ৷ সত্ৰৰ পৰম্পৰা অনুসৰি বুঢ়াসত্ৰীয়াই  দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক ফাকুগুৰিৰে সেৱা জনোৱাৰ পিচতহে ভক্তসকলে গোসাইক ফাকুগুৰিৰে সেৱা জনাব পাৰে ৷ এই পৰম্পৰা অনুসৰি আজি বুঢ়াসত্ৰীয়াগৰাকীয়ে গোসাইক ফাকুগুৰিৰে সেৱা জনায় ৷ গোসাইক সেৱা জনাবলৈ দৌল মন্দিৰত লানি নিচিগা ভক্তৰ সোত বয় ৷ ভক্তসকলে শাৰী পাতি গোসাইক সেৱা জনায় ৷ ইপিনে আজি নিশা সত্ৰৰ দৌলৰ পৰা দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক দৌলৰ পৰা নমোৱা হব ৷ 

বাইটঃ বশিষ্ট শৰ্মা ৷                       

  --- বাপকন দাস, বৰপেটা               
   ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.