ETV Bharat / state

বৰপেটা সত্ৰত দৌল মহোৎসৱঃ আছুৰ উদ্যোগত হোলী গীত প্ৰতিযোগিতা

author img

By

Published : Mar 7, 2020, 9:11 PM IST

ঐতিহাসিক বৰপেটাৰ দৌল উপলক্ষে শনিবাৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় হোলী গীত প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা দলসমূহৰ হোলী গীতৰ সুৰত প্ৰাণ পাই উঠে সত্ৰনগৰী বৰপেটা ৷

AASU holi geet compition barpeta assam etv bharat news
বৰপেটাত ৰঙৰ উৎসৱ হোলী

বৰপেটা,৭ মাৰ্চঃ সত্ৰনগৰী বৰপেটাত দেওবাৰৰ পৰা আৰম্ভ হ’ব দৌল মহোৎসৱ ৷ দৌল মহোৎসৱৰ পূৰ্বে শনিবাৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় হোলী গীত প্ৰতিযোগিতা ৷ বৰপেটা মটৰ শ্ৰমিক ইউনিয়নৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হোৱা হোলী গীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অহা দলে ৷

বৰপেটাত ৰঙৰ উৎসৱ হোলী

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা দলসমূহৰ হোলী গীতৰ সুৰত প্ৰাণ পাই উঠিছে সত্ৰনগৰী বৰপেটা ৷ এতিয়া বৰপেটাৰ চৌদিশজুৰি শুনিবলৈ পোৱা গৈছে কেবল মাথো হোলী গীতৰ ৰোল ৷ মন প্ৰাণ হৰি নিয়া হোলীগীতৰ গুঞ্জনত মুখৰিত হৈ পৰিছে বৰপেটাৰ চৌদিশ ৷

লগতে চাওকঃকৰ'ণা ভাইৰাছৰ বাবে প্ৰশাসনে বন্ধ কৰিলে কাজিৰঙা মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.