ETV Bharat / state

বৰপেটাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্যসূচী

author img

By

Published : Feb 19, 2021, 2:23 PM IST

মূল্ বৃদ্ধি ৰোধত চূড়ান্তভাৱে ব্যৰ্থ হোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ বিৰুদ্ধে বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ সন্মুখত বৰপেটা জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ।

বৰপেটাতো মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্যসূচী

বৰপেটা, ১৯ ফেব্ৰুৱাৰী: শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৰপেটাতো জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ । পেট্ৰ'লজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে ৰাজ্যজুৰি আছুৱে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে ।

জনসাধাৰণৰ দৈনন্দিন জীৱনত অতি প্ৰয়োজনীয় খাদ্য সামগ্ৰীকে ধৰি ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথলৈ পুনৰ ওলাই আহিল ছাত্ৰ সন্থা । মূল্যবৃদ্ধি ৰোধ চূড়ান্তভাৱে ব্যৰ্থ হোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ বিৰুদ্ধে বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ সন্মুখত বৰপেটা জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ।

জিলা ছাত্ৰসন্থাৰ সভাপতি কৃষ্ণকান্ত দাসৰ নেতৃত্বত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে বৰপেটাৰ পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক:মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাওবৈচা আঞ্চলিক ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.