ETV Bharat / state

পাঁচ দিনে সন্ধানহীন কলগাছিয়াৰ যুৱক

author img

By

Published : Nov 21, 2020, 6:50 AM IST

বৰটাৰী গাঁৱৰ ২০ বছৰীয়া এজন যুৱক যোৱা 19 নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, চলিত সপ্তাহৰ মঙলবাৰৰ দিনা এক বিশেষ কামৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰে পৰা বৰ্তমানেও ঘৰলৈ উভতি অহা নাই যুৱকজন ৷ কোনো ব্যক্তিয়ে যদি যুৱকজনৰ সন্ধান লাভ কৰে তেন্তে 6901558896 বা 6000511764 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ।

a youmg boy missing after 20 nov
পাঁচ দিনে সন্ধান নাই কলগাছিয়াৰ যুৱকৰ

জনীয়া, 21 নৱেম্বৰঃ কলগাছিয়াৰ বৰটাৰী গাঁৱৰ ২০ বছৰীয়া এজন যুৱক যোৱা 17 নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, চলিত সপ্তাহৰ মঙলবাৰৰ দিনা ঘৰৰ পৰা ওলাই যোৱাৰে পৰা বৰ্তমানেও ঘৰলৈ উভতি অহা নাই যুৱকজন ৷

সন্ধানহীন যুৱকজন হৈছে বৰটাৰী গাঁৱৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সদস্য মুক্তাৰ আলীৰ পুত্ৰ ৰহমত আলী । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, যুৱকজন বহুদিন ধৰি মানসিক ৰোগত ভুগি আছিল ।

ইফালে পৰিয়ালৰ লোকে সকলো আত্মীয়-স্বজনৰ ঘৰত খবৰ লৈছে যদিও এতিয়ালৈকে বিচাৰি পোৱা নাই যুৱকজনক । কোনো ব্যক্তিয়ে যদি যুৱকজনৰ সন্ধান লাভ কৰে তেন্তে 6901558896 বা 6000511764 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ।

লগতে পঢ়কঃকোন হ’ব আছুৰ পৰৱৰ্তী সভাপতি, সম্পাদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.