ETV Bharat / state

বৰপেটাৰোডত কিশোৰৰ সলিল সমাধি - borpeta road

স্বাধীনতা দিৱসৰ উলহ মালহৰ মাজতে বৰপেটাৰোডত অঘটন ৷ ৰাহুল সাহা নামৰ এজন কিশোৰৰ সলিল সমাধি ৷

বৰপেটাৰোডত কিশোৰৰ সলিল সমাধি
author img

By

Published : Aug 15, 2019, 4:53 PM IST

বৰপেটাৰোড, 15 আগষ্টঃ স্বাধীনতা দিৱসৰ উলহ মালহৰ মাজতে বৰপেটাৰোডত সংঘটিত হয় অঘটন ৷ ৰাহুল সাহা নামৰ এজন কিশোৰৰ সলিল সমাধি ঘটাত চহৰ খনত শোকৰ ছাঁ পৰিছে ৷ ঘটনা অনুসৰি, বৃহস্পতিবাৰে সমনীয়াৰ সৈতে জাখলিৰপাৰৰ এটা পুখুৰীত কিশোৰজনে গা ধুবলৈ গৈছিল যদিও বহু সময় ধৰি কিশোৰ গৰাকীয়ে ঘৰলৈ উভতি অহা নাছিল ৷ ইয়াৰ পাচতে পৰিয়ালৰ লোকে কিশোৰ জনক বিচাৰ খোচাৰ কৰি অৱশেষত জাখলিৰপাৰৰ উক্ত পুখুৰীটোৰ পৰা কিশোৰ গৰাকীক স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে ৷ কিশোৰ জনক উদ্ধাৰ কৰি ততাতৈয়াকৈ বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে কিশোৰ গৰাকীক মৃত ঘোষণা কৰে ৷

Intro:বৰপেটাৰোড ১৫ আগষ্ট : স্বাধীনতা দিৱসৰ দিনা বৰপেটাৰোডত অঘটন সংঘটিত হৈছে ৷ ৰাহুল সাহা নামৰ এজন কিশোৰৰ সলিল সমাধি ঘটাত চহৰ খনত শোকৰ ছা পৰিছে ৷Body:সমনীয়াৰ সৈতে জাখলিৰপাৰৰ এটা পুখুৰীত গা ধুবলৈ গৈছিল কিশোৰ জন ৷ সমনীয়া সকলে পুখুৰীত গা ধুই ঘৰলৈ উভতি আহিছিল যদিও ৰাহুল সাহা (১৩) নামৰ কিশোৰ গৰাকীয়ে ঘৰলৈ উভতি অহা নাছিল ৷ ফলত পৰিয়ালৰ লোকে কিশোৰ জনক বিচাৰ খোচাৰ কৰে যদিও অৱশেষত জাখলিৰপাৰৰ উক্ত পুখুৰীৰ পৰা কিশোৰ গৰাকীক স্হানীয় ৰাইজে উদ্ধাৰ কৰে ৷ কিশোৰ জনক উদ্ধাৰ কৰি ততাতৈয়াকৈ বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও চিকিৎসকে কিশোৰ গৰাকীক মৃত বুলি ঘোষণা কৰে ৷Conclusion:সলিল সমাধি ঘটা কিশোৰ জনৰ ঘৰ বৰপেটাৰোডৰ শ্যামাপল্লীত বুলি জানিব পৰা গৈছে ৷ কিশোৰ জনৰ মৃত্যুত বৰপেটাৰোডত শোকৰ ছা পৰিছে ৷

Abdul Khaleque Ahmed
Etv Bharat
Barpetaroad
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.