ETV Bharat / state

বৰপেটাত ক'ভিডত আক্ৰান্তৰ সংখ্যা 3,380 লৈ বৃদ্ধি

বৰপেটা জিলাত সোমবাৰৰ দিনটোলৈকে 3,380 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ জিলাখনত ক'ভিডত আক্ৰান্ত হৈ 45 গৰাকী লোক মৃত্যুমুখত পৰিছে ৷

author img

By

Published : May 18, 2021, 10:57 AM IST

3,380 persons Covid-19 Positive At Barpeta District
বৰপেটাত ক'ভিডত আক্ৰান্ত 3,380 লৈ বৃদ্ধি

বৰপেটা,18 মে': সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাতো ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ ৷ এই ভাইৰাছত আক্ৰান্ত হৈ জিলাখনত সোমবাৰৰ দিনটোলৈ 45 গৰাকী লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ বিপৰীতে বৰপেটাত সোমবাৰলৈ ১৪০ গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে ৷ অৱশ্যে জিলাখনত ২০৩ গৰাকী লোক পুনৰ কৰ'ণাত আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগে সদৰী কৰিছে ৷

3,380 persons Covid-19 Positive At Barpeta District
বৰপেটাত ক'ভিডত আক্ৰান্তৰ সংখ্যা 3,380 লৈ বৃদ্ধি

বৰ্তমানলৈ বৰপেটাত আক্ৰান্তৰ সংখ্যা 3,380 জনলৈ বৃদ্ধি পাইছে ৷ সোমবাৰৰ দিনটোত বৰপেটাত চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছে 2,020 গৰাকী ৷ ইয়াৰে 112 গৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 1,908 গৰাকী লোক হোম কোৱাৰেন্টাইন হৈ আছে বুলি জানিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক- ধুবুৰীত ১৯৪৪ জনলৈ বৃদ্ধি কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.